text
stringlengths 61
2.05k
|
---|
Source en: Government declares seven-day state mourning <|endoftext|> Target as: দেশত সাতদিনীয়া ৰাষ্ট্রীয় শোক ঘোষণা <|endoftext|>
|
Source en: Passwords or encryption keys are required to access the wireless network %s. <|endoftext|> Target as: বেতাঁৰ নেটৱাৰ্ক “%s” অভিগম কৰিবলে পাছৱাৰ্ডসমূহ অথবা ইনক্ৰিপষণ কি'সমূহৰ প্ৰয়োজন। <|endoftext|>
|
Source en: There is no wave this time. <|endoftext|> Target as: বতৰে এই মুহূৰ্ততো ফৰকাল হোৱা নাই। <|endoftext|>
|
Source en: """I am not attached to any political party." <|endoftext|> Target as: ‘মই কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়। <|endoftext|>
|
Source en: Two crore people apply for passports in the country. <|endoftext|> Target as: ১০। দেশৰ দুই কোটি লোকে পাৰপত্ৰৰ বাবে আবেদন কৰিছে। <|endoftext|>
|
Source en: We are the human race, after all! <|endoftext|> Target as: প্ৰকৃতিৰ ওচৰত আমি মনুষ্য তুচ্ছ ! <|endoftext|>
|
Source en: Should not parents, then, use every Scriptural method possible to help their prodigal minor come to his senses? Imitating Jehovah, be long - suffering as you take positive steps to help your child come back to Jehovah. <|endoftext|> Target as: এতেকে পিতৃ - মাতৃসকলে ‘ বিদ্ৰোহী ’ হোৱা তেওঁলোকৰ ল’ৰা - ছোৱালীয়ে “চেতনা পাই ” ঘূৰি আহিবলৈ প্ৰত্যেকটো শাস্ত্ৰীয় পদ্ধতি প্ৰয়োগ কৰা উচিত নহয়নে বাৰু? <|endoftext|>
|
Source en: Selection Proces: Interview <|endoftext|> Target as: প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰ। <|endoftext|>
|
Source en: Accordingly, heart is often associated with motivation and emotions, whereas mind particularly has to do with intellect. <|endoftext|> Target as: “ হৃদয় ” শব্দটো প্ৰায়ে উত্তেজনা আৰু অনুভূতিৰ সৈতে সম্বন্ধ আছে । <|endoftext|>
|
Source en: Protections Dashboard <|endoftext|> Target as: সুৰক্ষা ডেশ্বব'ৰ্ড <|endoftext|>
|
Source en: does not currently offer any mechanism to add privacy to a document. You may be able to do this from the application you used to create the document (e.g. or ). <|endoftext|> Target as: এ বৰ্তমানে এটা দস্তাবেজলৈ গোপনীয়তা যোগ কৰাৰ কোনো পদ্ধতি প্ৰদান নকৰে। আপুনি দস্তাবেজ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা এপ্লিকেচনৰ পৰা ইয়াক কৰিব পাৰে (উদাহৰণস্বৰূপ অথবা )। <|endoftext|>
|
Source en: Some documents might not be available during this process <|endoftext|> Target as: এই প্ৰক্ৰিয়াৰ সময়ত কিছুমান দস্তাবেজ উপলব্ধ নাথাকিব পাৰে <|endoftext|>
|
Source en: Using the video Jehovahs Witnesses The Organization Behind the Name and the brochure Jehovahs Witnesses Who Are They?, she was able to explain who the Witnesses really are. <|endoftext|> Target as: সঁচাকৈ যিহোৱাৰ সেৱকসকলে ৰাজ্যৰ কাৰ্য্যক প্ৰথম স্থান দিয়াৰ বাবে ঈশ্বৰৰ আত্মাই তেওঁলোকক সমস্যাত নিৰুৎসাহিত হ’বলৈ নিদিলে । — মথি ৬ : ৩৩. <|endoftext|>
|
Source en: Why would Jehovah view those who serve him as being that special? For one thing, he is an appreciative God. <|endoftext|> Target as: এতিয়া প্ৰশ্ন হৈছে যে, যিহোৱাই কিয় তেওঁৰ উপাসনা কৰোঁতাসকলক তেনে এক বিশেষ ধৰণে দৃষ্টি কৰে? <|endoftext|>
|
Source en: It is a necessity of life. <|endoftext|> Target as: এনে জীৱনৰ প্ৰয়োজন। <|endoftext|>
|
Source en: The Prime Minister also spoke of the Go-Bar Dhan Yojana for creating compost, bio-gas etc from bio-waste. <|endoftext|> Target as: প্রধানমন্ত্রীয়ে কম্পোষ্ট আৰু পশুৰ মলৰ পৰা জৈৱ গেছ উৎপাদনৰ লক্ষ্যৰে গ্ৰহণ কৰা গো-ৱৰ ধন যোজনা কথাও ভাষণত উল্লেখ কৰে। <|endoftext|>
|
Source en: Omkara was well received by critics. <|endoftext|> Target as: 'ঔমকাৰা' সমালোচকসকলৰ দ্বাৰা ভাল প্ৰশংসিত হৈছিল। <|endoftext|>
|
Source en: The woman has not been identified so far. <|endoftext|> Target as: বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মহিলা গৰাকী। <|endoftext|>
|
Source en: Deen Dayal Upadhyay ji said this in 1965. <|endoftext|> Target as: পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াই এই কথা ১৯৬৫ চনত কৈছিল। <|endoftext|>
|
Source en: A total of 151 patients have recovered. <|endoftext|> Target as: আনহাতে, ২১,৮১৫ জন ৰোগী চিকিৎসালয়ত সুস্থ হৈ উঠিছে। <|endoftext|>
|
Source en: But surprisingly <|endoftext|> Target as: কিন্তু কি আচৰিত <|endoftext|>
|
Source en: Saint John's <|endoftext|> Target as: ছেন্ট জনচ <|endoftext|>
|
Source en: Though all Christians are evangelizers, what is Scripturally required of elders? ARE you a Kingdom proclaimer? <|endoftext|> Target as: আপুনি এজন ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰক নে? <|endoftext|>
|
Source en: Of course, Moses never actually saw Jehovah. But Jehovah was so real to him that it was as if he saw Him. <|endoftext|> Target as: যদি আপোনাৰ সৈতেও তেনে হৈছে, তেন্তে যিহোৱাৰ কাষ চাপিবলৈ আৰু তেওঁ কৰা পথ - প্ৰদৰ্শনক দৃষ্টি কৰিবলৈ কিয় একেৰাহে প্ৰচেষ্টা নকৰে? <|endoftext|>
|
Source en: Q: Where are you from? <|endoftext|> Target as: প্ৰশ্নঃ আপুনি থাকে ক’ত? <|endoftext|>
|
Source en: Doubtless, he was familiar with the formalistic prayers of the religious leaders of Judaism. <|endoftext|> Target as: ( লূক ১১ : ১, NW) কিহে তেওঁক তেনেদৰে সুধিবলৈ প্ৰেৰিত কৰিলে? <|endoftext|>
|
Source en: Dont argue. <|endoftext|> Target as: তৰ্ক নকৰিব। <|endoftext|>
|
Source en: Jesus said in prayer to Jehovah: Your word is truth. <|endoftext|> Target as: এই সম্পৰ্কে যীচুৱেও প্ৰাৰ্থনাত এনেদৰে কৈছিল: “তোমাৰ বাক্যেই সত্য । ” <|endoftext|>
|
Source en: That particular road was notoriously dangerous, especially for someone traveling alone. <|endoftext|> Target as: যীচুৰ দৃষ্টান্তত ব্যৱহাৰ কৰা সকলোতকৈ স্পৰ্শকাতৰ বিষয়টোৰ বিষয়ে যোহন ১০ অধ্যায়ত উল্লেখ কৰা হৈছে । <|endoftext|>
|
Source en: After praying for these all - important things, we can pray for our daily needs, forgiveness of our sins, and deliverance from temptations and the wiles of the wicked one, Satan the Devil. <|endoftext|> Target as: ক্ষমা বিচাৰি কৰা প্ৰাৰ্থনাই কি প্ৰমাণ দিয়ে আৰু ইয়াৰ উত্তম পৰিণাম কি? <|endoftext|>
|
Source en: If curiosity stops the life comes to a halt. <|endoftext|> Target as: যদি আপোনাৰ অন্তৰত জিজ্ঞাসা নাইকিয়া হৈ যায়, তেতিয়া জীৱন ৰুদ্ধ হৈ পৰিব। <|endoftext|>
|
Source en: Hence, when beset by feelings of doubt, remember that even though imperfect, you can be as valuable as a crown of beauty and a kingly turban to Jehovah. <|endoftext|> Target as: মলাখী ৩ : ১৭ পদটো এক বৰ লোকসমূহৰ বাবে কিয় প্ৰযোজ্য বুলি ক’ব পাৰি? <|endoftext|>
|
Source en: Love what you do. <|endoftext|> Target as: তুমি যি কৰিছা তাক ভালপোৱা। <|endoftext|>
|
Source en: This year the delegation has been visiting the cities of Delhi, Lucknow, Guwahati and Shillong <|endoftext|> Target as: চলিত বৰ্ষত প্ৰতিনিধিমণ্ডল দিল্লী,লক্ষ্ণৌ,গুৱাহাটী আৰু শ্বিলঙৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে । <|endoftext|>
|
Source en: Once your motive is clear and strong, you are ready to praise Jehovah enthusiastically. 16, 17. <|endoftext|> Target as: প্ৰথমতে আপোনালোকে কি ক’ব বুলি নহয়, কিন্তু কেনে ধৰণে কাৰ্য্য কৰিব, সেই বিষয়ে বিবেচনা কৰক । <|endoftext|>
|
Source en: But he was uneasy. <|endoftext|> Target as: কিন্তু তেওঁ অস্বস্তি অনুভৱ কৰিছিল। <|endoftext|>
|
Source en: What a fitting warning! Why should we start down the road toward committing adultery by entertaining thoughts about it? <|endoftext|> Target as: যীচুৱে কৈছিল যে পৰস্ত্ৰীগমন আৰু ব্যভিচাৰ এই উভয়ে হৃদয়ৰ পৰা উৎপন্ন হয় । <|endoftext|>
|
Source en: No, indeed, for Psalm 145 says: Jehovah is near to all those calling upon him, to all those who call upon him in trueness. <|endoftext|> Target as: ৩, ৪. ( ক) গীত ১৪৫, কেনেকৈ যিহোৱাৰ আনুগত্য লোকবিলাকক চিনি পাবলৈ আমাক সহায় কৰিছে? <|endoftext|>
|
Source en: You may need to subscribe to the mailing-list before being able to send an email to it. <|endoftext|> Target as: আপুনি মেইলিং তালিকালৈ এটা ইমেইল পঠাবলৈ প্ৰথমতে মেইলিং-তালিকালৈ ৰেজিস্টাৰ কৰিব লাগিব। <|endoftext|>
|
Source en: What's wrong with Delhi? <|endoftext|> Target as: দিল্লীৰ পৰাও সুধিলে- হৈছে কি? <|endoftext|>
|
Source en: There has been a steady increase in the countrys urban population over the decades. <|endoftext|> Target as: বিগত দশকসমূহত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে দেশৰ জনসংখ্যা। <|endoftext|>
|
Source en: As Paul and other first - century evangelizers proclaimed the good news, many became believers, and congregations were formed in one place after another throughout the Roman Empire. <|endoftext|> Target as: বাস্তৱতে সকলো যিহোৱাৰ সাক্ষীয়ে উৎসাহী হৈ একে মনেৰে এই কাৰ্য্যত ভাগ লৈ ঈশ্বৰৰ আশীৰ্ব্বাদ প্ৰাপ্ত কৰি আনন্দ লাভ কৰিছে । — চফনিয়া ৩ : ৯. <|endoftext|>
|
Source en: A number of functions are being organised in different parts of the country to mark the occasion. <|endoftext|> Target as: ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। <|endoftext|>
|
Source en: Why does Jehovah hold the nations in derision? <|endoftext|> Target as: ৰজাবিলাকে কেনে সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিয়া আৱশ্যক? <|endoftext|>
|
Source en: Try again with a different search term. <|endoftext|> Target as: বেলেগ অনুসন্ধানৰ নিৰ্দেশক শব্দ সহায়ত পুনঃ চেষ্টা কৰক । <|endoftext|>
|
Source en: Do not you think so? <|endoftext|> Target as: তোৰ ছোকৰিটোৱে তোক মাতিছেনে নাই ৰে? <|endoftext|>
|
Source en: Some two years earlier, Jesus had extended a similar invitation to four fishermen named Peter, Andrew, James, and John. <|endoftext|> Target as: ঠিক সেইদৰে আন লাখ লাখ যিহোৱাৰ সাক্ষীসকলেও তেনে অভিজ্ঞতা লাভ কৰিছে । <|endoftext|>
|
Source en: BJP Parliamentary Party meeting begins in Parliament <|endoftext|> Target as: বিজেপিৰ সংসদীয় দলৰ বৈঠক আৰম্ভ। <|endoftext|>
|
Source en: You may be surprised to learn that Jesus expected his congregation to disappear from view and that he would allow such a sad situation to continue for centuries. <|endoftext|> Target as: আপুনি হয়তো যীচুৱে তেওঁ স্থাপন কৰা মণ্ডলী কেইবা শতাব্দীলৈকে অস্তিত্বহীন হ’ব বুলি আশা কৰাৰ বিষয়ে জানি আচৰিত হ’ব । <|endoftext|>
|
Source en: To connect to a Wi-Fi (wireless) network, click the status menu at the top right of the screen, and then click . <|endoftext|> Target as: এটা Wi-Fi (বেতাঁৰ) নেটৱাৰ্কৰ সৈতে সংযোগ কৰিবলৈ, পৰ্দাৰ ওপৰ সোঁফালে অৱস্থা মেনুত ক্লিক কৰক, আৰু তাৰ পিছত ক্লিক কৰক। <|endoftext|>
|
Source en: He was speaking of the kind of love that Jehovah has for his dedicated servants and that they have for him. <|endoftext|> Target as: ( মাৰ্ক ১২ : ২৮ - ৩১) তেওঁৰ উত্তৰ সঠিক আছিল । <|endoftext|>
|
Source en: What a beautiful model Abraham provides in handling differences! <|endoftext|> Target as: মতবিৰোধ সমস্যা উৎপন্ন হোৱাত তাক সফলতাৰে সমাধান কৰি অব্ৰাহামে কেনে এক উত্তম আৰ্হি ৰাখিলে! <|endoftext|>
|
Source en: Let us keep that comforting thought in our heart as we maintain our confidence in Gods Word and continue to have faith in the good news. <|endoftext|> Target as: বৃদ্ধ অৱস্থাৰ ‘ দুখৰ দিনত ’ বিশ্বাসে যে আমাক সহায় কৰিব বুলি কিয় কব পাৰি? <|endoftext|>
|
Source en: What is an IP address? <|endoftext|> Target as: এটা IP ঠিকনা কি? <|endoftext|>
|
Source en: In the final part of the great tribulation, the remaining elements of this wicked system of things will be destroyed. <|endoftext|> Target as: ( প্ৰকাশিত বাক্য ১৭ : ১২ - ১৭) বৰ্তমান সময়ত মিছা ধৰ্ম্মৰ বিশ্ব সাম্ৰাজ্যৰ ধ্বংসৰ সময় কাষ চাপি আহিল । <|endoftext|>
|
Source en: A third of the stars of heaven, or a minority of spirit creatures, have taken this course. Revelation 12: 4. <|endoftext|> Target as: ( প্ৰকাশিত বাক্য ১২ : ৩) কিয় তেনেদৰে বৰ্ণনা কৰিছে? <|endoftext|>
|
Source en: Two people were in the car. <|endoftext|> Target as: গাড়ীৰ ভিতৰত দুজন ব্যক্তি। <|endoftext|>
|
Source en: Educational Qualification: Minimum Class-VIII Passed. <|endoftext|> Target as: শিক্ষাগত অৰ্হতাঃ ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ। <|endoftext|>
|
Source en: Whats up? <|endoftext|> Target as: “কি হৈছে তেখেতৰ? <|endoftext|>
|
Source en: [ Picture on page 13] <|endoftext|> Target as: [ ৯ পৃষ্ঠাৰ ছবি] <|endoftext|>
|
Source en: Stray start tag %1$S. <|endoftext|> Target as: ঠিকনাবিহিন আৰম্ভ টেগ “%1$S”। <|endoftext|>
|
Source en: Position on the screen of the preferences window <|endoftext|> Target as: পছন্দসমূহ উইন্ডোৰ পৰ্দাত অৱস্থান <|endoftext|>
|
Source en: General elections! <|endoftext|> Target as: পাকিষ্টানৰ সাধাৰণ নিৰ্বাচন ! <|endoftext|>
|
Source en: Select _area to grab <|endoftext|> Target as: গ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় অংশ নিৰ্বাচন কৰক (_a) <|endoftext|>
|
Source en: That's why I am telling you. <|endoftext|> Target as: সেইকাৰণেইটো আপোনাক কৈছোঁ। <|endoftext|>
|
Source en: Among the godly women who cared about others was Dorcas. When she died, the disciples summoned Peter and led him into an upper chamber. <|endoftext|> Target as: তাইৰ মৃত্যু হোৱাত শিষ্যসকলে পাঁচনি পিতৰক আহিবলৈ ক’লে আৰু তেওঁক ওপৰত থকা এটা কোঠালীলৈ লৈ গ’ল । <|endoftext|>
|
Source en: But the safety net has not worked well. <|endoftext|> Target as: কিন্তু নাও বিলাকত সুৰক্ষাৰ ব্যৱস্থাটো সঠিকভাৱে পালন কৰা হোৱা নাই। <|endoftext|>
|
Source en: Against what nations did Amos first prophesy, and what was one reason why they deserved adverse divine judgment? <|endoftext|> Target as: আমোচে আৰম্ভণিতে দহ - জাতিৰ ৰাজ্যত গৈ যিহোৱাৰ ন্যায় - বিচাৰৰ বিষয়ে প্ৰচাৰ কৰা নাছিল । <|endoftext|>
|
Source en: Access external storage devices automatically <|endoftext|> Target as: স্বয়ংক্ৰিয়ৰূপে বহিস্থিত স্টোৰেজ যন্ত্ৰ ব্যৱহাৰ কৰক <|endoftext|>
|
Source en: You may recall the comments made about India prior to 2014, by eminent international institutions, top economists of the world, and by those considered authorities on the subject. <|endoftext|> Target as: মোৰ প্ৰিয় ভাই-ভনীসকল, মই আজি অতি বিনম্ৰতাৰে, আদৰেৰে আপোনাক ক’ব বিচাৰিছো যে ২০১৪ত এই দেশৰ ১২৫ কোটি নাগৰিকে চৰকাৰ গঠন কৰিলে, সেয়া কেৱল চৰকাৰ গঠন কৰিয়েই ক্ষান্ত থকা নাই। <|endoftext|>
|
Source en: He invited India to cooperate with Malta on advanced technologies such as Artificial Intelligence, Block-chain and financial technologies. <|endoftext|> Target as: তেওঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ব্লক চেইন আৰু বিত্তীয় প্ৰযুক্তিসমূহৰ দৰে উন্নত প্ৰযুক্তিসমূহৰ ক্ষেত্ৰত মাল্টাৰ সৈতে সহযোগিতা আগবঢ়াবলৈ ভাৰতক আহ্বান জনায়। <|endoftext|>
|
Source en: Add watch expression <|endoftext|> Target as: ৱাচ অভিব্যক্তি যোগ কৰক <|endoftext|>
|
Source en: Beginning at age seven and throughout her years in elementary school, this young girl invited her teachers to the Kingdom Hall whenever she had an assignment in the Theocratic Ministry School. <|endoftext|> Target as: তদুপৰি, তাইক এক আৰ্হিস্বৰূপ ঈশ্বৰ - শাসিত ভাষণ দিবলৈ আমন্ত্ৰিত কৰা হৈছিল । <|endoftext|>
|
Source en: Jehovahs reminders and his holy spirit will enable us to display love, joy, peace, long - suffering, kindness, goodness, faith, mildness, self - control qualities so unlike the traits of the world that is lying in Satans power! <|endoftext|> Target as: আমাক কিয় যিহোৱাই সোঁৱৰাই দিয়া বাক্যৰ আৱশ্যক, তাৰ এটা কাৰণ কি আৰু সেইবোৰক মনত ৰাখিবলৈ আমি কি কৰা উচিত? <|endoftext|>
|
Source en: Clearly, drinking to the point of drunkenness is condemned in the Scriptures. 1 Corinthians 5: 11. 6: 9, 10. <|endoftext|> Target as: আনকি তেওঁ নিজৰ ভাৱনা আৰু ইচ্ছাৰ ওপৰত নিয়ন্ত্ৰণ কৰাতো অক্ষম হ’ব পাৰে । <|endoftext|>
|
Source en: Turmeric has been used as a therapeutic herb since ancient times. <|endoftext|> Target as: বৈদিক যুগৰ পৰা মানিমুনি আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। <|endoftext|>
|
Source en: Their 40 - year wilderness sojourn is about to end. <|endoftext|> Target as: যু. পূ. <|endoftext|>
|
Source en: Group _name: <|endoftext|> Target as: দলৰ নাম:(_n) <|endoftext|>
|
Source en: We will be moved by love for Jehovah and our neighbors as we preach this good news of the kingdom. <|endoftext|> Target as: আপুনি ব্যক্তিগতভাৱে যিহোৱা “ঈশ্বৰৰ সেই দিনৰ আগমৰ অপেক্ষা আৰু আকাঙ্ক্ষা ” কৰি আছেনে? <|endoftext|>
|
Source en: After that he did not look back. <|endoftext|> Target as: তাৰ পিছতে তেও আৰু ঘূৰি চোৱা নাই। <|endoftext|>
|
Source en: The setting up the KisanMandi by SFAC, which will, provide as an additional, marketing channel/ platform to FPOs and Growers Association for direct sale of fruits and vegetables to whole sale and retail buyers in Delhi/NCR for the benefit of farmers as well as consumers of the country. <|endoftext|> Target as: এই স্মল ফাৰ্মাৰ্ছ এগ্ৰিবিজনেছ কনছৰ্টিয়ামৰ দ্বাৰা স্থাপন কৰিবলগীয়া এই কিষাণ মণ্ডীয়ে কৃষকসকলৰ লগতে দেশখনৰ উপভোক্তাসকলৰ লাভৰ বাবে দিল্লী/এনচিআৰত পাইকাৰী আৰু খুচুৰা ক্ৰেতাক ফল-মূল আৰু শাক-পাচলি প্ৰত্যক্ষভাৱে বিক্ৰী কৰিবৰ বাবে এফপিঅ’সমূহ আৰু গ্ৰোৱাৰ্ছ এছ’ছিয়েশ্যনসমূহলৈ এক অতিৰিক্ত, বিপণন চেনেল বা প্লেটফৰ্ম প্ৰদান কৰিব। <|endoftext|>
|
Source en: If enabled, automatically answer incoming calls <|endoftext|> Target as: যদি সামৰ্থবান কৰি থোৱা থাকে, তেনেহলে স্বচালিতভাৱে অহা কলসমূহৰ উত্তৰ দিয়া <|endoftext|>
|
Source en: A former director general of the Commonwealth of Australia supported this conclusion when he said: All questions of public health reduce themselves to a consideration of the one man, the one woman, the one child. <|endoftext|> Target as: সদায়ে উদ্যোগ আৰু কল - কাৰখানায়ে যে পৰিবেশ দূষিত কৰে, এনে নহয়, কিন্তু মানুহেও দূষিত কৰে । <|endoftext|>
|
Source en: Their son Obed was viewed as Naomis offspring and the legal heir of Elimelech. Ruth 2: 19, 20. 4: 1, 6, 9, 13 - 16. <|endoftext|> Target as: পাছলৈ তেওঁলোকৰ সন্তান ওবেদক নয়মীৰ বংশ আৰু ইলীমেলকৰ জন্মগত উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হৈছিল । — ৰূথ ২ : ১৯, ২০. ৪ : ১, ৬, ৯, ১৩ - ১৬. <|endoftext|>
|
Source en: Policy framework for development of Underground Coal Gasification in coal and lignite bearing areas in India <|endoftext|> Target as: ভাৰতৰ কয়লা আৰু লিগনাইট সমৃদ্ধ অঞ্চলসমূহৰ ভূ-গৰ্ভৰ কয়লা বাষ্পীভৱনৰ বিকাশৰ বাবে নীতি নিৰ্ধাৰণ। <|endoftext|>
|
Source en: Stomach aches and cramps <|endoftext|> Target as: পেট ফুলি যোৱা আৰু পেটৰ বিষ <|endoftext|>
|
Source en: Kiss of love: <|endoftext|> Target as: স্নেহ দেৱী : <|endoftext|>
|
Source en: At that unforgettable annual meeting in 1971, a distinction was clearly drawn between the spirit - anointed members of the Governing Body and the directors of the Pennsylvania corporation. <|endoftext|> Target as: ১৯৭১ চনত হোৱা সেই বাৰ্ষিক সভাত, প্ৰশাসন গোষ্ঠীৰ আত্মা অভিষিক্ত সদস্য আৰু পেনচেলভেনীয়াত থকা নিগমৰ অধিকৰ্তাসকলৰ মাজত থকা পাৰ্থক্যতা স্পষ্টকৈ প্ৰকাশ কৰা হয় । <|endoftext|>
|
Source en: Why do <|endoftext|> Target as: কিয় বা কৰিব? <|endoftext|>
|
Source en: Speaking and Listening <|endoftext|> Target as: কথা কোৱা আৰু শুনা <|endoftext|>
|
Source en: Hundreds of people have contributed code to GNOME since it was started in 1997. many more have contributed in other important ways, including translations, documentation, and quality assurance. <|endoftext|> Target as: ১৯৯৭ চনত GNOME আৰম্ভ হোৱাৰ পিছত শতশত মানুহে এই ডেস্কট'প নিৰ্মাণৰ কামত নিজৰ লেখা কোড অন্তৰ্ভুক্ত কৰিছে. অন্যান্য অনেক বিভিন্ন কৰ্ম যেনে অনুবাদ, নথিপত্ৰ লিখা আৰু গুণমান পৰীক্ষণ কৰি গুৰুপূৰ্ণ যোগদান কৰিছে ।UnknownMonitor vendor <|endoftext|>
|
Source en: Thirty - two - year - old Lisa * explains how she came to appreciate the value of purposeful study and meditation: After my baptism in 1994, I was quite active in the truth for about two years. <|endoftext|> Target as: মই ইমানেই দুৰ্ব্বল হৈ পৰিছিলোঁ যে মই ঈশ্বৰৰ আজ্ঞাসমূহক উলঙ্ঘন কৰিবলৈও পিছ পৰা নাছিলোঁ । <|endoftext|>
|
Source en: Whether the mouse pointer is visible on the main stage <|endoftext|> Target as: মূখ্য মঞ্চত মাউছ পোইন্টাৰ দৃশ্যমান হয় নে <|endoftext|>
|
Source en: Antler Preferences <|endoftext|> Target as: এন্টলাৰ পছন্দসমূহ <|endoftext|>
|
Source en: Suspend Anyway <|endoftext|> Target as: তথাপিও স্থগিত কৰা হ'ব <|endoftext|>
|
Source en: But the plea has been rejected. <|endoftext|> Target as: কিন্তু সেই আৱন্টন নাকচ কৰা হয়। <|endoftext|>
|
Source en: He stated that funding is required for completing incomplete tourism projects. <|endoftext|> Target as: অসম্পূৰ্ণ হৈ থকা পৰ্যটন প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি তুলিবলৈ পুঁজিৰ প্ৰয়োজনৰ কথাও তেওঁ উল্লেখ কৰে। <|endoftext|>
|
Source en: The teaching staff and students participate in these celebrations. <|endoftext|> Target as: এই অনুষ্ঠানত বিদ্যালয়ৰ ছাত্র ছাত্ৰী তথা সমূহ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। <|endoftext|>
|
Source en: 1 tab has arrived from #2.#1 tabs have arrived from #2 <|endoftext|> Target as: 2-ৰ পৰা #1টা টেব পালেহি.#2-ৰ পৰা #1টা টেব পালেহি <|endoftext|>
|
Source en: What sort of things have people received as an inheritance? <|endoftext|> Target as: “ আহাঁ, মোৰ পিতৃৰ আশীৰ্ব্বাদৰ পাত্ৰবিলাক, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা । ” — মথি ২৫ : ৩৪. <|endoftext|>
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.