id
stringlengths 1
5
| input
stringlengths 23
780
| target
stringlengths 21
203
| url
stringlengths 28
1.06k
|
---|---|---|---|
20701
|
জাজৰিঃ অহা ২৯ অক্টোৱৰত নগাঁও জিলাত অনুষ্ঠিত হ'ব অৰুনোদয় সাহিত্য চ'ৰাৰ ২০১৫-১৭ বৰ্ষৰ চতুৰ্থ পূৰ্ণাংগ অধিৱেশন।
|
অৰুনোদয় সাহিত্য চ'ৰাৰ অধিৱেশন, তিনিগৰাকী সাহিত্যিকক অৰুনোদয় বঁটা
|
https://www.newsnextone.com/print/8050
|
20702
|
বিহালীঃ সোমবাৰে বিশ্বনাথৰ জিনজিয়া চাহ বাগিচাৰ নীলবাৰী লাইনৰ শ্ৰীশ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰ প্ৰাংগণত উড়িযা সমাজে পৰম্পৰাগতভাৱে 'নোৱা খাই' উৎসৱ পালন কৰে৷ 'নোৱা খাই' উৎসৱৰ সৈতে সংগতি ৰাখি দ্বিতীয় বাৰ্ষিক উড়িযা নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।
|
জিনজিয়া চাহ বাগিচাত উড়িয়া নৃত্য প্ৰতিযোগিতাৰ সামৰণি
|
https://www.newsnextone.com/udiya-programe-in-jijiya
|
20703
|
ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত তথা ৰাজ্যখনৰ এজন আগ শাৰীৰ চিনেমা নিৰ্মাতা বিদ্যুৎ কাকতীৰ দ্বাৰা নিৰ্মিত উচ্চ প্ৰশংসিত ছবি 'শৈশৱতে ধেমালিতে' বা 'ৰেইনব' ফিল্ড'ৰ সংগীত আজি গুৱাহাটীত মুকলি কৰা হয়।
|
শৈশৱতে ধেমালিতেৰ সংগীত মুকলি : ছ'নি মিউজিকে ল'লে বিতৰণৰ দায়িত্ব
|
https://assam.nenow.in/%e0%a6%b6%e0%a7%88%e0%a6%b6%e0%a7%b1%e0%a6%a4%e0%a7%87-%e0%a6%a7%e0%a7%87%e0%a6%ae%e0%a6%be%e0%a6%b2%e0%a6%bf%e0%a6%a4%e0%a7%87%e0%a7%b0-%e0%a6%b8%e0%a6%82%e0%a6%97%e0%a7%80%e0%a6%a4-%e0%a6%ae/
|
20704
|
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট নলবাৰীঃ ভয়ংকৰ অগ্নিকাণ্ডই জোকাৰিলে নলবাৰী চহৰ৷ বৃহস্পতিবাৰে ভয়ংকৰ অগ্নিকাণ্ডত জুইত জাহ যায় উপহাৰ আৰু শুৱালকুছি চিল্ক নমৰ দুখন প্ৰতিষ্ঠিত বস্ত্ৰৰ দোকান৷ কৌটি টকাৰ সা সম্পত্তি ভষ্মিভূত হয় অগ্নিকাণ্ডত।
|
অগ্নিকাণ্ড, নলবাৰীত জুইত জাহ গ'ল দুই ব্যৱসায়িক প্ৰতিষ্ঠান
|
https://www.newsnextone.com/burn-%20nalbari-ass
|
20705
|
মঙলদৈঃ জাপানত অহা ২৮ মে'ৰ পৰা তিনি জুনলৈ অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান আৰু প্ৰযুক্তি বিষয়ৰ যুৱ মহোৎসৱত অংশগ্ৰহণৰ বাবে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ ঢেঁকীপাৰা গাঁৱৰ দিৱাকৰ ডেকাৰ কন্যা প্ৰিয়ংকা ডেকাই আমন্ত্ৰণ লাভ কৰিছে৷ প্ৰিয়ংকাৰ সৈতে এই মহোৎসৱত অসমৰ আন দুগৰাকী ছাত্ৰ-ছাত্ৰীয়েও অংশ ল'ব৷ পৰিতাপৰ বিষয় এই পৰ্যন্ত প্ৰিয়ংকাই লাভ কৰা নাই ভিছা।
|
জাপানলৈ আমন্ত্ৰিত প্ৰতিভাৱান প্ৰিয়ংকা
|
https://www.newsnextone.com/priyanka-invited-to-japan
|
20706
|
নগাঁওঃ নগাঁও জিলাৰ জুৰীয়াত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা।
|
ডকাইতৰ গুলীত নিহত মহিলা
|
https://www.newsnextone.com/robbers-firing-a-lady/#comments
|
20707
|
ত্ৰিপুৰাৰ উদয়পুৰত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদত অংশলোৱাৰ সময়ত মঙলবাৰে বিজেপি কৰ্মীয়ে চলোৱা আক্ৰমণত প্ৰায় ৪০ গৰাকী চি পি আই-এম কৰ্মী আহত হয়।
|
ত্ৰিপুৰাত C(A)A বিৰোধী প্ৰতিবাদী সমদলত বিজেপিৰ আক্ৰমণ; ৪০ গৰাকী প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত
|
https://assam.nenow.in/40-cpi-m-activists-hurt-in-bjp-attack-during-anti-caa-rally-in-tripura/
|
20708
|
তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজিও প্ৰতিবাদ অব্যাহত আছে৷ প্ৰতিবাদত উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য।
|
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তিনিচুকীয়াত কংগ্ৰেছৰ প্ৰতিবাদ
|
https://www.newsnextone.com/tinisukia-congress-protest-wednesday
|
20709
|
ডিজিটেল ডেস্কঃ বিজেপিৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিছে লিখক, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সাংসদ শশী থাৰুৰে৷ এইবাৰ বিজেপিয়ে লোকতন্ত্ৰক আঘাত হানিব বুলি চিন্তা জাহিৰ কৰাৰ পিছতেই পুনৰ চৰ্চালৈ আহে শশী থাৰুৰ৷ কেন্দ্ৰ শাসনৰ গাদীত অধিষ্ঠিত বিজেপি চৰকাৰে দুয়ো খন সদনত সংখ্যা গৰিষ্ঠতা লাভ কৰিলে লোকতন্ত্ৰৰ ক্ষতি হ'ব বুলি কয়৷ আগন্তুক নিৰ্বাচনৰ কথা উল্লেখ কৰি থাৰুৰে বিজেপিয়ে যদি দুয়োখন সদনত সংখ্যাগৰিষ্ঠতাৰ ধাৰা অটুত ৰাখে, তেন্তে লোকতন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব বুলি কয়।
|
লোকতন্ত্ৰত মোক্ষম আঘাত হানিব বিজেপিয়ে, ৰচিছে হিন্দু ৰাষ্ট্ৰ কৰাৰ ষড়যন্ত্ৰ
|
https://www.newsnextone.com/new-controversy-of-sashi-tharoor-%20pol-ind/#comments
|
20710
|
নতুন দিল্লীঃ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন আইছিছৰ সৈতে এতিয়াও বহু মৌলবাদী সংগঠনে সম্পৰ্ক ৰক্ষা কৰি আহিছে৷ শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লী আৰু উত্তৰ প্ৰদেশৰ কেইবাটাও মৌলবাদী সংগঠনে আইছিছৰ সৈতে সম্পৰ্ক ৰক্ষাৰ তথ্য ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, চমুকৈ 'নিয়া' ই লাভ কৰিছে৷ এই তথ্যৰ ভিত্তিত নিয়া'ই নতুনকৈ সৃষ্টি হোৱা সংগঠন হৰকত-উল-হাৰ্ব-ই-ইছলাম নামৰ সংগঠনটোৰ কেইবাটাও ঘাটিত তালাচী চলায়৷ নিয়াৰ এজন মুখপাত্ৰই প্ৰকাশ কৰা মতে বুধবাৰে পুৱাৰেপৰা আৰম্ভ হোৱা এই অভিযান এতিয়াও অব্যাহত আছে৷ দিল্লী আৰু উত্তৰ প্ৰদেশৰ ১৬ টা স্থানত চলোৱা হৈছে এই অভিযান৷ নিয়াই অধিক তথ্য প্ৰকাশৰ পৰা বিৰত আছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
দুৰ্ধৰ্ষ আইছিছৰ সৈতে সম্পৰ্ক... ১৬ স্থানত 'নিয়া'ৰ অভিযান
|
https://www.newsnextone.com/isis-nia-operations/#comments
|
20711
|
ডিজিটেল ডেস্কঃ গুজৰাট আৰু হিমাচল প্ৰদেশত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত বিজেপি শাসিত মধ্যপ্ৰদেশৰ পৌৰ সভাৰ নিৰ্বাচনত বিজেপিক ধৰাশয়ী কৰে কংগ্ৰেছে।
|
মধ্যপ্ৰদেশত কংগ্ৰেছৰ বিজয়ধ্বজা, বিজেপিৰ শোচনীয় পৰাজয়
|
https://www.newsnextone.com/print/10433
|
20712
|
ৰঙিয়াঃ ৰঙিয়া চহৰৰ অলিয়ে গলিয়ে পঞ্জীয়ন বিহীনভাৱে দপদপাই ঘূৰি ফুৰা ই-ৰিক্সাসমূহে ট্ৰেফিক আৰক্ষীয়ে জব্দ কৰি জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
|
ৰঙিয়া আৰক্ষী থানাত ই-ৰিক্সা
|
https://www.newsnextone.com/print/14715
|
20713
|
বিগত সপ্তাহৰ পৰা আৰম্ভ হোৱা গ্ৰেটাৰ গুৱাহাটী বেবী লীগ ৰ অনূৰ্ধ্ব ১১ আৰু অনূৰ্ধ্ব ১৩ শাখাৰ দ্বিতীয় দিনৰ খেলসমূহ ২৩ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়।
|
গ্ৰেটাৰ গুৱাহাটী বেবী লীগ : দ্বিতীয় দিনত সম্পন্ন হ'ল ১৭খনকৈ গুৰুত্বপূৰ্ণ খেল
|
https://assam.nenow.in/greater-guwahati-baby-league-u11-and-u13-matches-held-on-match-day-two/
|
20714
|
মৰিয়নীঃ মৰিয়নীৰ ৰাজপথত উদণ্ড বাইকাৰৰ অতপালিত নিৰাপত্তা নোহাৱা হৈছে পথচাৰীৰ।
|
মৰিয়নীত উদণ্ড বাইকাৰৰ খুন্দাত আহত আটছাৰ নেতা
|
https://www.newsnextone.com/moriani-aatsa-acc
|
20715
|
ডিজিটেল ডেস্কঃ পুৰুষৰ সকলো ভাল গুণেৰে জীপাল হৈ থাকে পতিতালয়ৰ দুৱাৰৰ সন্মুখৰ মাটি।
|
এয়াই প্ৰেম! সপোন কুঁৱৰী দেহোপজীৱিনীৰে যুৱকৰ বিয়া
|
https://www.newsnextone.com/man-freed-prostitute-from-gb-road-brothel-as-he-was-in-love/#comments
|
20716
|
ডিজিটেল ডেস্কঃ ভাৰতীয় শ্ৰমিকৰ ওপৰত খৰ্গহস্ত ইংলেণ্ড৷ নিয়ম নমনা বাবেই ভাৰতৰ ৩৮ জন শ্ৰমিকক ল'লে আৰক্ষীৰ জিন্মাত৷ ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো অবৈধভাৱে দেশখনত থকাৰ বাবেই শ্ৰমিককেইজনৰ ওপৰত এই ব্যৱস্থা গ্ৰহণ কৰে দেশখনে৷ ইংলেণ্ডৰ লীচেষ্টৰচায়ৰ দুটা ফেক্টৰিত আৰক্ষীয়ে অভিযান চলাওতেই এই কথা পোহৰলৈ আহে৷ উক্ত ৩৮ জন শ্ৰমিকৰ ৯ গৰাকী মহিলা৷ উক্ত শ্ৰমিককেইগৰাকীৰ ৩১ গৰাকীৰ ভিছাৰ ম্যাদ সমাপ্ত হৈছিল আৰু ৭ গৰাকী অবৈধভাৱে ইংলেণ্ডলৈ আহিছিল৷ তদুপৰি যিকেইটা ফেক্টৰিত শ্ৰমিককেইগৰাকী কৰ্মৰত আছিল উক্ত প্ৰতিষ্ঠানকেইটাও নিয়মৰ বিপৰীতে কাম কৰাৰ বাবে জৰিমনা বিহিব লাগিব বুলি প্ৰকাশ কৰিছে দেশখনৰ প্ৰশাসনে।
|
ইংলেণ্ডত আৰক্ষীৰ জিন্মাত ৩৮ ভাৰতীয়
|
https://www.newsnextone.com/britain-takes-into-custody-38-indian-workers
|
20717
|
চৰাইদেউঃ এখন উচ্চ শিক্ষানুষ্ঠানৰ অধ্যক্ষই সহযোগী প্ৰৱক্তাক অপকাৰ কৰাৰ স্বাৰ্থৰে তন্ত্ৰ-মন্ত্ৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
|
বটলত প্ৰৱক্তাৰ নাম, সোণাৰি বাণিজ্য মহাবিদ্যালত তান্ত্ৰিক বাবা
|
https://www.newsnextone.com/sonari-commerce-college-charaideo/#comments
|
20718
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 শিলচৰৰ পৰা বিক্ৰম দাস আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰিমগঞ্জ আৰু শিলচৰ লোকসভা সমষ্টিৰ বিজেপি প্রার্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায়।
|
এই নিৰ্বাচন দেশক সুৰক্ষিত ৰখাৰ নিৰ্বাচন:শিলচৰত নৰেন্দ্ৰ মোডী
|
https://www.newsasn.com/node/6128
|
20719
|
খাৰুপেটীয়াঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি খাৰুপেটীয়াৰ বিভিন্ন চৰকাৰী, বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান সমূহত শিক্ষক দিৱস পালন কৰা হয়।
|
শিক্ষক দিৱসত খাৰুপেটীয়া আজমল কলেজৰ সম্বৰ্দ্ধনা, অৱসৰপ্ৰাপ্ত শিক্ষক,সাহিত্যিক আৰু সাংবাদিকক জনালে সম্বৰ্দ্ধনা
|
https://www.newsnextone.com/print/15647
|
20720
|
ওদালগুৰিঃ বিগত ৭ এপ্ৰিলৰ সন্ধিয়া ওদালগুৰি ৰেল ষ্টেচনৰ সমীপৰ অগ্নিকাণ্ড সংঘটিত হৈ দুটি দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ ভস্মীভূত হৈছিল।
|
মৰমী, ভণিতা, মাধৱ লাভ কৰিলে কিতাপ
|
https://www.newsnextone.com/udalguri-book-for-poor-family/#comments
|
20721
|
উন্নাও ধৰ্ষণৰ গোচৰত দোষী সাৱ্যস্ত বহিস্কৃত বিজেপি বিধায়ক কুলদীপ সেনেগাৰক আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিলে।
|
ধৰ্ষণৰ গোচৰত প্ৰাক্তন বিজেপি বিধায়ক কুলদীপক যাৱজ্জীৱন কাৰাদণ্ড; ২৫ লাখ টকাৰ জৰিমনা
|
https://assam.nenow.in/delhis-tis-hazari-court-has-sentenced-kuldeep-sengar-to-life-imprisonment/
|
20722
|
ফিল'বাৰীঃ ফিল'বাৰী অঞ্চলৰ যুৱ উদ্যোগী, সাংবাদিক, চিত্ৰ শিল্পী, কবি কিৰণজ্যোতি হাজৰিকা (৩২)ৰ মৃতদেহ আজি নামনিমুৱা ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছত উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে সমগ্ৰ ফিল'বাৰী অঞ্চলৰতে শোকৰ ছাঁ পৰিছে।
|
অকালতে হেৰাই গ'ল উজ্জ্বল সম্ভাৱনাময় শিল্পী কিৰণ
|
https://www.newsnextone.com/artist-kiran-saikia-is-no-more
|
20723
|
মিউনিখঃ আইছিছ দমনৰ নামত ছিৰিয়াত মাৰ্কিন স্থলসেনাৰ মোতায়েনৰ ফলত অঞ্চলটোত সন্ত্ৰাসবাদী কাৰ্যকলাপ তীব্ৰতৰ হৈ উঠিব পাৰে বুলি ইৰাণে আজি মিউনিখ সুৰক্ষা সন্মিলনত কয়।
|
আইছিছ মষিমূৰৰ মাৰ্কিন অভিযানে ঘটাব অঘটন
|
https://www.newsnextone.com/iran-warns-america-withdraw-troops-consequences/#comments
|
20724
|
তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখাটা চকত শুকুৰবাৰে নিশা এক জুৱাৰ ঘাটি উৎখাত কৰা হয়।
|
তামুলপুৰত চাৰি জুৱাৰী আটক
|
https://www.newsnextone.com/tamulpur-4-man-arrested/#comments
|
20725
|
জ এ.এছ.এন. প্ৰতিনিধি / 2020 জিতুমণি নাথ,মৰিগাঁও: জিলা কৃষকসকলৰ কৃষি উৎপাদন দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰি থকা পদক্ষেপৰ সমান্তৰালকৈ জিলাখনৰ ক্ষুদ্ৰ কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।
|
ক্ষুদ্ৰ কৃষকক সকাহ দিয়াৰ লক্ষ্য:মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত কেচিচি আচঁনিত অন্তৰ্ভুক্তিকৰণৰ বাবে সজাগতা সভা
|
https://www.newsasn.com/index.php/node/10984
|
20726
|
দিল্লীৰ মহাৰাষ্ট্ৰ সদনত অলপতে অনুষ্ঠিত হোৱা টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত অসমৰ টীম আন্নাৰ সদস্য সমাজকৰ্মী দিব্যজ্যোতি শইকীয়া উপস্থিত থাকে।
|
টীম আন্নাৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া
|
https://assam.nenow.in/%e0%a6%9f%e0%a7%80%e0%a6%ae-%e0%a6%86%e0%a6%a8%e0%a7%8d%e0%a6%a8%e0%a6%be%e0%a7%b0-%e0%a6%89%e0%a6%a4%e0%a7%8d%e0%a6%a4%e0%a7%b0-%e0%a6%aa%e0%a7%82%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%9e/
|
20727
|
অভয়াপুৰীঃ শনিবাৰে বঙাইগাঁৱৰ অভয়াপুৰীৰ ঐতিহ্যমণ্ডিত বিষ্ণুপুৰ সত্ৰৰ বিভিন্ন সামগ্ৰী চোৰে লুটি নিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিষ্ণুপুৰ সত্ৰ আৰু সত্ৰৰ সমীপৰ এঘৰ লোকক লুটি নিয়ে বুলি জানিব পৰা গৈছে৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৰ যোগীঘোপা থানাৰ অন্তৰ্গত বিষ্ণুপুৰ সত্ৰত নিশাৰ ভাগ চোৰে প্ৰবেশ কৰি ভক্তই দান দিয়া প্ৰায় তিনি লাখ টকাৰ সোনৰ আ-অলংকাৰ লৈ যোৱা লগতে সত্ৰৰ সামগ্ৰী সমূহ লণ্ড-ভণ্ড কৰে।
|
চোৰে নিলে ঐতিহ্যমণ্ডিত বিষ্ণুপুৰ সত্ৰৰ সোণ-ৰূপ
|
https://www.newsnextone.com/thief-bishnupur-satra
|
20728
|
শৰ অন্যান্য ৰাজ্যৰ লগতে এই দ্বিতীত পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনত অসমৰ পাঁচটা লোকসভাৰ সমষ্টিত অনুস্থিত হ'ব ভোটগ্ৰহণ।
|
অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ পৰ্ব
|
https://www.newsnextone.com/tb-second-phase-nomination-ends
|
20729
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন : অসমৰ ভিতৰত সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰা অসম ৰাজ্যিক পৰিবহন নিগমৰ শিৱসাগৰ কাৰ্যালয়ৰ গাতে লাগি থকা বাছ অৱস্থানত বৃহৎ বৃহৎ গাতৰ বাবে যি কোনো সময়তে ভয়ংকৰ দূৰ্ঘটনা হোৱাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে।
|
অসম ৰাজ্যিক পৰিবহন নিগমৰ শিৱসাগৰৰ বাছ আস্থানত মৰণফান্দ সদৃশ গাঁত
|
https://www.newsasn.com/index.php/node/8367
|
20730
|
ডিজিটেল ডেস্কঃ ভৰপক খেতিৰ বতৰত হাল জুৰিবলৈ নাই বলধ, এতেকে দুই ফুলকুমলীয়া জীয়ৰীকে যুঁৱলি টানিবলৈ লগাইছে নিৰুপায় পিতৃয়ে।
|
পিতৃবাক্য মানি হাল টানিছে ৰাধা-কুন্তীয়ে
|
https://www.newsnextone.com/poor-mp-farmer-uses-daughters-in-place-of-oxen
|
20731
|
জোনাইঃ চলুং হ'ল অৰুণাচল প্ৰদেশত বসবাস আদি জনগোষ্ঠীৰ ধৰ্মীয় জাতীয় উৎসৱ।
|
জোনাইৰ গালীত চলুং উদযাপনৰ প্ৰস্তুতি
|
https://www.newsnextone.com/prepare-for-solung-festival-jonai
|
20732
|
জয়সাগৰঃ মেৰামতিৰ অভাৱত পথত প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাই পথত৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱসাগৰ নগৰৰ দৰিকা নৈৰ ওপৰৰ কংক্ৰিটৰ দলংত প্ৰকাণ্ড গাত দেখিও নেদেখাৰ ভাও জুৰিছে গড়কাপ্তানী বিভাগে৷ গাতটোৰ পৰা যিকোনো মুহূৰ্তত ঘটিব পাৰে ভয়ংকৰ বিপদ।
|
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙত গাত
|
https://www.newsnextone.com/sivsagar-trouble-for-bridge
|
20733
|
ডিজিটেল ডেস্কঃ ৰেলত টিকট কাটিও বহিবৰ বাবে ছীট নাপালে এতিয়া আৰু চিন্তাৰ কোনা কাৰণ নাই!
|
ৰেলত ছীট নাপাই পালে ৭৫ হাজাৰ টকা
|
https://www.newsnextone.com/railways-asked-to-pay-compensation
|
20734
|
২৯ অক্টোবৰৰ পুৱাই প্ৰশাসনৰ উচ্ছেদ অভিযান চলিল গুৱাহাটী মহানগৰীত।
|
জালুকবাৰীত উচ্ছেদ অভিযান
|
https://neindianews.com/%e0%a6%9c%e0%a6%be%e0%a6%b2%e0%a7%81%e0%a6%95%e0%a6%ac%e0%a6%be%e0%a7%b0%e0%a7%80%e0%a6%a4-%e0%a6%89%e0%a6%9a%e0%a7%8d%e0%a6%9b%e0%a7%87%e0%a6%a6-%e0%a6%85%e0%a6%ad%e0%a6%bf%e0%a6%af%e0%a6%be%e0%a6%a8/
|
20735
|
অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে আজি ইয়াৰ অন্তৰ্গত চাৰিটা মূল বিষয়ত অসমৰ ৰাইজৰ মতামত বিচাৰি আহ্বান জনাইছে।
|
অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে বিচাৰিছে জনসাধাৰণৰ মতামত
|
https://assam.nenow.in/high-level-committee-of-emplementation-of-clause-six-of-assam-acord-seeks-people-reponds/
|
20736
|
তুলসীবাৰীঃ ৰঙিয়াৰ সমীপৰ খন্দিকৰৰ নলিনীবালা দেৱী হাইস্কুলৰ খেল পথাৰত বৈৰাথী ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ সোমবাৰে অনুষ্ঠিত খেলত অংশ লয় ঘৰুৱা দল বৈৰাথী ফুটবল ক্লাবৰ বিপৰীতে কবিৰালি আদিবাসী ওদালগুৰি এফচিয়ে।
|
বৈৰাথী ক্লাবৰ ফুটবলত ছেমিফাইনেলত কবিৰালি-এফচি
|
https://www.newsnextone.com/football-tulsibari-kabirali-r/#comments
|
20737
|
গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰৰ এগৰাকী ভাৰতীয় নৌ-সেনাত কৰ্মৰত এগৰাকী মেধাবী যুৱকৰ ৰহস্যজনক মৃত্যু হোৱাত ম্ৰিয়মান হৈ পৰিছে ৰাইজ৷ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰ নিবাসী মিতুল ডেকাৰ বিশাসাপট্টনমত মৃত্যু হয়৷ শান্তিপুৰৰ চন্দ্ৰ হাজৰিকাৰ জ্যেষ্ঠ পুত্ৰ মিতুল হাজৰিকাৰ (৩২) যোৱা ৩ জুনত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
|
নৌ-সেনাত কৰ্মৰত অসমৰ যুৱকৰ বিশাখাপট্টনমত ৰহস্যজনক মৃত্যু
|
https://www.newsnextone.com/no-more-mitul-gorswar
|
20738
|
পাঞ্জাবাৰীঃ মহানগৰীৰ বেলতলাৰ সৌৰভ নগৰত যোৱা ২০ মে'ত সংঘটিত অগ্নিকাণ্ডৰ ফলত ঘৰ-বাৰী হেৰুওৱা প্ৰভাৱতী বণীয়া নামৰ বিধবা পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে স্থানীয় কেইজন সু-হৃদয়বান যুবক।
|
বেলতলাৰ বিধবা মহিলাক ঘৰ সাজি দিলে যুৱ-ছাত্ৰই
|
https://www.newsnextone.com/ajycp-builds-home-for-widow
|
20739
|
কাকপথাৰঃ হিন্দু নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ দাবীত কাকপথাৰত শুকুৰবাৰে বিশাল জোঁৰ সমদলেৰে প্ৰতিবাদী কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ কাকপথাৰ ৰাজহুৱা খেলপথাৰৰপৰা আৰম্ভ হোৱা জোঁৰ সমদল কাৰ্যসূচীটোৱে কাকপথাৰ চহৰ পৰিভ্ৰমণ কৰি পৰিৱেশ উত্তাল কৰি তোলে৷ আনফালে বৰদিৰাকত সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা প্ৰকমুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত স্থানীয় যুৱ সংঘৰ সহযোগত এক জোঁৰ সমদল কাযসূচী বৰদিৰাক ৰাজহুৱা খেলপথাৰৰ পৰা বৰদিৰাক খাটোৱালৈকে পৰিভ্ৰমণ কৰি ঘূৰি আহি বৰদিৰাক তিনিআলিত এক ঘণ্টাৰ বাবে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
|
কাকপথাৰত হিন্দু নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত বিশাল জোঁৰ সমদল
|
https://www.newsnextone.com/print/17741
|
20740
|
মৰিগাঁৱৰ কেইজনমান শিক্ষিত যুৱকৰ প্ৰশংশনীয় প্ৰৰ্দক্ষেপ চেপ্টেম্বৰ ৯, ২০১৯ 0 ২৯৯ মৰিগাঁও জিলাৰ কেইজনমান শিক্ষিত যুৱকে এটি প্ৰশংশনীয় প্ৰৰ্দক্ষেপ হাতত লোৱাৰ পৰিলক্ষিত হৈছে।
|
মৰিগাঁৱৰ কেইজনমান শিক্ষিত যুৱকৰ প্ৰশংশনীয় প্ৰৰ্দক্ষেপ - ভাল খবৰ
|
https://bhalkhabar.com/%e0%a6%ae%e0%a7%b0%e0%a6%bf%e0%a6%97%e0%a6%be%e0%a6%81%e0%a7%b1%e0%a7%b0-%e0%a6%95%e0%a7%87%e0%a6%87%e0%a6%9c%e0%a6%a8%e0%a6%ae%e0%a6%be%e0%a6%a8-%e0%a6%b6%e0%a6%bf%e0%a6%95%e0%a7%8d%e0%a6%b7/
|
20741
|
গুৱাহাটীঃ নিজৰ পুত্ৰক বিচাৰি পশ্চিম বংগৰপৰা অসম পাইছেহি পৰিয়াল।
|
নিৰুদ্দিষ্ট পুত্ৰক বিচাৰি গুৱাহাটীলৈ পশ্চিম বংগৰ পৰিয়াল
|
https://www.newsnextone.com/family-from-west-bengal-arrives-at-guwahati-to-search-whereabouts-of-lost-son-mohitosh-sanyashi-
|
20742
|
ডিব্ৰুগড়ঃ ৰেল প্ৰশাসনৰ ৰেল শ্ৰমিক বিৰোধী আৰু ৰেল যাত্ৰীৰ সুৰক্ষা বিৰোধী নীতিৰ প্ৰতিবাদত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ডিব্ৰুগড়তো ৰেল কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
|
ডিব্ৰুগড়ত ৰেল কৰ্মচাৰীৰ ৭২ ঘন্টীয়া অৱস্থান ধৰ্মঘট
|
https://www.newsnextone.com/protest-by-rail-workers-in-dibrugarh
|
20743
|
লোকসভা নিৰ্বাচনৰ ফলাফলত অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাট 'নাইনিতাল' সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছে।
|
নাইনিতাল' সমষ্টিত অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱাটৰ পৰাজয়
|
https://assam.nenow.in/assam-congress-observer-harish-rawat-lost-in-nainital/
|
20744
|
প্ৰতীকি ফটো লংকাঃ লংকাৰ কপিলিপাৰত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।
|
চাব্বাছ লংকা আৰক্ষী, ৰক্ষা পৰিল কিশোৰী
|
https://www.newsnextone.com/lanka-police-saved-a-girl
|
20745
|
এটা উল্লেখযোগ্য তথা গুৰুত্বপূৰ্ণ স্থিতিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অচিন্ত্যমল্ল বুজৰবৰুৱাৰ আদালতে অসমৰ পাঁচখন কাৰিকৰী মহাবিদ্যালয় আছাম ছায়েন্স এণ্ড টেকন'লজি য়ুনিভাৰ্ছিটিৰ অধীনৰ স্বীকৃত অনুষ্ঠান হিচাপে ৰখাৰ বিৰোধিতা কৰি দাখিল কৰা লেখ আৱেদনখন খাৰিজ কৰিছে।
|
আদালতৰ নিৰ্দেশ: ASTUৰ অধীনতে ৰ'ব অসমৰ পাঁচখন কাৰিকৰী মহাবিদ্যালয়
|
https://assam.nenow.in/astu-%e0%a7%b0/
|
20746
|
নগাঁওঃ এটি পুৰুষৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱৰ ৰাইদঙীয়াত৷ জিনছৰ পেন্ট আৰু জেকেট পৰিহিত এটি মৃতদেহ পিটনিত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নগাঁও-ধিং গড়কাপ্তানী পথৰ দাতিৰ পিটনিত উদ্ধাৰ হয় যুৱকৰ মৃতদেহটো৷ প্ৰায় ২৫ বছৰ উৰ্ধ্বৰ যুৱকজনক এতিয়াও চিনাক্ত কৰিব পৰা নাই৷ যুৱকজনক দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে ৰাইজে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
পিটনিত পুৰুষৰ মৃতদেহ উদ্ধাৰ
|
https://www.newsnextone.com/dead-body-recovered-nagaon-raidongia
|
20747
|
লখিমপুৰঃ জিলাখনত ৯০০ টা বুথত ৪ গৰাকীকৈ মুঠ ৩৬০০ গৰাকী স্বাস্থ্য বিভাগৰ নাৰ্ছে সেৱা আগবঢ়াব।
|
১০, ১১ আৰু ১২ মাৰ্চত লখিমপুৰত পলিঅ' প্ৰতিষেধক দিয়াৰ ব্যাপক প্ৰস্তুতি
|
https://www.newsnextone.com/kakhimpur-pulse-polio2
|
20748
|
তেজপুৰঃ বালিপৰাৰ ফুলবাৰী চাহ বাগিচাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু চাহজনগোষ্ঠীক জনজাতিকৰণৰ দাবীত অসম চাহ মজদুৰ সংঘৰ উত্তাল প্ৰতিবাদ কৰে।
|
বালিপৰাত মোডী-সোণোৱাল-জোৱেল ওৰামৰ প্ৰতিকৃতি দাহ
|
https://www.newsnextone.com/tezpur-protest-st-22-1
|
20749
|
বোকাজানঃ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজান বজাৰত আজি দিনৰ প্ৰায় ১ বজাত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ঘন জনবসতিপূৰ্ণ অঞ্চলটোত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত বৃহৎ অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে।
|
বোকাজানত অগ্নিকাণ্ড, ভস্মীভূত ১০টাকৈ ভাৰাঘৰ
|
https://www.newsnextone.com/print/20814
|
20750
|
বৰগোহাঁই 06 / 2019 বহু আশা-প্ৰত্যাশাৰ মাজেৰে আজি বিধানসভাত দাখিল হ'ল সোণোৱাল চৰকাৰ পাঁচ বছৰীয়া শাসনৰ তৃতীয়খন বছেৰেকীয়া বাজেট।
|
চৰকাৰী চমক সৃষ্টিৰ বাজেট : ৰকিবুল হুছেইন
|
https://www.newsasn.com/index.php/node/4855
|
20751
|
বিগত ৩৩ বছৰ ধৰি সমাধান নোহোৱা অসম চুক্তিৰ ৬ নং দফাক লৈ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ তিনিটা মাহ থকা অৱস্থাত কেন্দ্ৰত শাসনত থকা বিজেপিয়ে লোৱা সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
|
কেন্দ্ৰৰ ঘোষণাত নতুনত্ব নাই, গৃহ মন্ত্ৰী সিঙৰ ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া আছু-কৃষক মুক্তিৰ
|
https://assam.nenow.in/nothing-new-in-modi-cabinets-decision-on-assam-accord-says-aasu-kmss/
|
20752
|
তেজপুৰঃ শনিবাৰৰপৰা তেজপুৰৰ পল' ফিল্ডত অনুষ্ঠিত হয় "দীপাংকৰ বৰুৱা-ৰিদিপ বৰা সোঁৱৰণি ক্ৰিকেট খেল৷ খেলৰ আৰম্ভণিৰ দিনটোত হাতত বল-বেট লৈ ক্ৰীড়াৰ পথাৰত নমি পৰা দেখা গ'ল বিধায়ক বৃন্দাৱন গোস্বামীৰ লগতে সাংসদ ৰাম প্ৰসাদ শৰ্মাক৷ ৰূপজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত খেলত সাংসদ শৰ্মাই খেলুৱৈসকলক শুভেছা জ্ঞাপন কৰি কয়, আগন্তুক লোকসভা নিৰ্বাচনত তেওঁ ছিক্স মাৰিহে এৰিব৷ কেৱল ইমানেই নহয়, একেটা বলত তেওঁ মাৰিব ডাবল ছিক্স।
|
পৰৱৰ্তী নিৰ্বাচনত 'ডাবল ছিক্স' কোনে মাৰিব
|
https://www.newsnextone.com/tezpur-rp-double-six/#comments
|
20753
|
আমগুৰিঃ শিৱসাগৰ জিলাৰ কেইবাটাও সংগঠনে আহ্বান জনোৱা শিৱসাগৰ জিলা বন্ধৰ ব্যাপক প্ৰভাৱ পৰে শিৱসাগৰ জিলাৰ বেতন বঞ্চিত ১৫৩০ জন শিক্ষকক চাকৰি নিয়মীয়াকৰণ কৰা, দৰমহা মুকলি কৰি দিয়া, ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ৩০০ কোটিটকীয়া জিৰাত কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চিবিআইক প্ৰদান কৰা দাবী জনায়।
|
জনজীৱন ব্যাহত, আমগুৰিত বন্ধ সৰ্বাত্মক
|
https://www.newsnextone.com/amguri-bandh
|
20754
|
জয়ন্ত মুদৈ, নগাঁও নগাঁওঃ আধুনিক প্ৰযুক্তি ব্যৱহাৰে বহু তৰপীয়া কৃষি কৰ্মৰে স্বাৱলম্বী কৰি তুলিবলৈ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ পৃষ্টপোষকতাত আৰু ছ'চিয়েল ৰ্ৱক এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ উদ্যোগত ইউনাটেড ফেমাচ ক্লাব, জুৰীয়া কৃষক সংঘ, ইউনিয়ন কৃষক সংঘ আৰু প্ৰগতি কৃষক সংঘৰ মুঠ ২০ জন কৃষকে কৃষি বিজ্ঞান কেন্দ্ৰ, ৰিবই, আই চি এ আৰ মেঘালয়ৰ উমিয়ামত যোৱা ১০ জুনৰপৰা ১২ জুনলৈ গ্ৰামাঞ্চলৰ কৃষি পাম সমূহত গৈ প্ৰশিক্ষণ গ্ৰহণ কৰে।
|
নগঞা কুৰিজন কৃষকক বৰ্হি:ৰাজ্যত উন্নতমানৰ প্ৰশিক্ষণ প্ৰদান
|
https://www.newsnextone.com/nagaon-exposure-visit-and-trainning/#comments
|
20755
|
কৃষ্টি প্ৰিয়া গগৈ 06 / 2019 'অসমত গঠন কৰা হ'ব এক নতুন ৰাজনৈতিক দল।
|
খিলঞ্জীয়াক সুৰক্ষিত কৰিবলৈ উপমন্যু হাজৰিকাৰ নতুন দল গঠন ঘোষণা
|
https://www.newsasn.com/index.php/node/6616
|
20756
|
শিমলুগুৰিঃ শিৱসাগৰৰ শিমলুগুৰিত গুটখা, জৰ্দা, সুৰা, লালিগুৰৰ প্ৰচলন বন্ধ কৰাৰ দাবীত বুধবাৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ৷ সংগঠনটোৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱ প্ৰদন্মক ধ্বংস কৰা গুটখা, জৰ্দা, সুৰা, লালিগুৰৰ প্ৰচলন শীঘ্ৰে বন্ধ কৰাৰ দাবী জনায়৷ বুধবাৰে নাজিৰা মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰি এই দাবী জনায়৷ অন্যথাই পৰিষদে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ স্বাৰ্থত আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে৷ সংগঠনটোৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি বাবলু আলী আৰু সাধাৰণ সম্পাদক প্ৰণৱ সন্দিকৈয়ে স্মাৰক পত্ৰ প্ৰদান কৰি শিমলুগুৰি নগৰত বহুলোকে ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আহিছে বুলি কয়।
|
গুটখা, জৰ্দা, মদ, লালিগুৰৰ প্ৰচলন বন্ধ কৰাৰ দাবী সংগ্ৰামী যুৱ-ছাত্ৰৰ
|
https://www.newsnextone.com/memorandum-to-division-administration-nazira
|
20757
|
জাতিধংসী কা বাতিলৰ লগতে সাংবাদিকৰ বিৰুদ্ধে ৰুজু হৈ থকা ভুৱা গোচৰ প্ৰত্যাহাৰৰ দাবীত বুধবাৰে যোৰহাট প্ৰেছ ক্লাবৰ সদস্যসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
|
ৰ লগতে সাংবাদিকৰ বিৰুদ্ধে ৰুজু হৈ থকা ভুৱা গোচৰ প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ
|
https://assam.nenow.in/protest-in-jorhat-seeking-withdrawal-of-caa-cases-against-scribes/
|
20758
|
নগাঁওঃ নগাঁও আৰক্ষীয়ে আজি অভিযান চলাই দুই ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰাৰ লগতে বুজন পৰিমানৰ হেৰ'ইন জব্দ কৰে।
|
নগাঁৱত দুই ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ জালতঃ বহু লক্ষ টকাৰ হেৰ'ইনৰ জব্দ
|
https://assamtimespost.com/?p=12126
|
20759
|
পাঞ্জাবাৰীঃ মহানগৰীৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ উদ্যোগত অহা ৭-১৩ জুলাইলৈ সাতদিনীয়া গ্ৰীষ্মকালীন সাংবাদিকতাৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে।
|
বশিষ্ঠ প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিকতাৰ কৰ্মশালা
|
https://www.newsnextone.com/seminar-for-journalist-guwahati
|
20760
|
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ইমেইলত আলফা (স্বাধীন)ই বৰডুমচাৰ সোণজান গাৱঁৰ পিতা-পুত্ৰক হত্যা কৰা ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে।
|
বৰডুমচাৰ ঘটনাৰ দায়িত্ব স্বীকাৰ আলফা (স্বা)ৰ
|
https://assam.nenow.in/%e0%a6%ac%e0%a7%b0%e0%a6%a1%e0%a7%81%e0%a6%ae%e0%a6%9a%e0%a6%be%e0%a7%b0-%e0%a6%98%e0%a6%9f%e0%a6%a8%e0%a6%be%e0%a7%b0-%e0%a6%a6%e0%a6%be%e0%a7%9f%e0%a6%bf%e0%a6%a4%e0%a7%8d%e0%a6%ac-%e0%a6%b8/
|
20761
|
মুম্বাইঃ নাহিদৰ বিৰুদ্ধে ফটোৱা জাৰী কৰাৰ পিছত সমস্বৰে প্ৰতিবাদ কৰিছে দেশৰ শিল্পীসমাজে।
|
নাহিদৰ পক্ষত দেশৰ শিল্পীসমাজ, সমৰ্থনত তছলিমা, ৰবীন্দ্ৰ জাদেজা
|
https://www.newsnextone.com/Bollywood-taslima-stand-by-nahid/#comments
|
20762
|
খেৰণিঃ ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালৰ ওচৰত থিয় দিলে কাৰ্বি স্বায়ত্ত পৰিষদৰ হামৰেন সমষ্টিৰ সদস্য মংগলছিং তিমুঙে৷ পশ্চিম কাৰ্বি আংলঙৰ জিলাৰ ডংকামোকাম ৰাজহ চক্ৰৰ অন্তর্গত ডংকামোকাম অঞ্চলত সোমবাৰে নিশা ধুমুহা বৰষুণে বিস্তৰ ক্ষতিসাধন কৰিছিল৷ ধুমুহাত চিটুং-লাংছ আৰু লাং-চদ গাঁৱৰ ৬১টা পৰিয়ালৰ ঘৰ ভাঙি-টিনপাত উৰুৱাই নিয়াৰ লগতে গছ, বিদ্যুতৰ খুঁটা, খেতি আদি নষ্ট হয়।
|
ধুমুহাত ক্ষতিগ্ৰস্ত ৬১ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান মংগলছিং তিমুঙৰ
|
https://www.newsnextone.com/timung-help-to-homeless
|
20763
|
তিতাবৰত দীৰ্ঘদিনে মুকলিভাৱে চলি থকা অবৈধভাৱে প্ৰচলন কৰা মাদকদ্ৰব্য বন্ধ কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহিল শতাধিক মহিলা।
|
অবৈধভাৱে প্ৰচলন কৰা মাদকদ্ৰব্য বন্ধ কৰাৰ দাবীত তিতাবৰত প্ৰতিবাদ
|
https://janambhumi.in/VFdwWmQwNXFSVDA9/%E0%A6%85%E0%A6%AC%E0%A7%88%E0%A6%A7%E0%A6%AD%E0%A6%BE%E0%A7%B1%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%9A%E0%A6%B2%E0%A6%A8-%E0%A6%95%E0%A7%B0%E0%A6%BE-%E0%A6%AE%E0%A6%BE%E0%A6%A6%E0%A6%95%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A7%8D%E0%A6%AF-%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A7-%E0%A6%95%E0%A7%B0%E0%A6%BE%E0%A7%B0-%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A7%80%E0%A6%A4-%E0%A6%A4%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%AC%E0%A7%B0%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%A6.html
|
20764
|
কোকৰাঝাৰঃ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাই ৰাজ্যৰ খিলঞ্জীয়া নাথ যোগী জনগোষ্ঠীৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আৰু ৰাজনৈতিক সমস্যা আৰু সমাধানৰ সূত্ৰ বাহিৰ কৰিবলৈ এক সাধাৰণ সভা আহ্বান কৰিছে।
|
সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ আহ্বান
|
https://www.newsnextone.com/meeting-nath-yogi-kokrajhar/#comments
|
20765
|
ডিজিটেল ডেস্কঃ মিছাইল মানৱ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ স্মৃতিত প্ৰথমটো আটকধুনীয়া আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আৰু মহাকাশ সংগ্ৰাহলয় তামিলনাদুত সাজি উলিওৱা হয়৷ ৰাজ্যখনৰ পুনালালৰ দেলভিউ প্ৰাংগণত প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ স্মৃতিত নিৰ্মাণ কৰাএই আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আৰু মহাকাশ সংগ্ৰাহলয়টো বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যৰ প্ৰাক্তন উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী ভুৱনেশ্বৰ কলিতাৰ উপস্থিতিত ভাৰতীয় বিজ্ঞান আৰু গৱেষনা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ ড০ কে ৰাধা কৃষ্ণনে উদ্বোধন কৰে।
|
কালামৰ স্মৃতিত অসমৰ সাংসদৰ পৃষ্ঠপোষকতাত বিজ্ঞান সংগ্ৰাহলয়
|
https://www.newsnextone.com/assam-former-minister-effort-makes-science-archive-tamilnadu
|
20766
|
চলিত চতুৰ্থ হিৰো ইণ্ডিয়ান ছুপাৰ লীগ(আই এছ এল) ফুটবল প্ৰতিযোগিতাৰ আজি বাংগালুৰুৰ শ্ৰী কান্তীৰাভা ষ্টেডিয়ামত দ্বিতীয় লেগৰ খেলত অৱতীৰ্ণ হ'ব ঘৰুৱা দল বাংগালুৰু এফ চি আৰু নৰ্থ-ইষ্ট ইউনাইটেড।
|
বাংগালুৰু এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আত্নবিশ্বাসেৰে ভৰপূৰ নৰ্থ-ইষ্ট ইউনাইটেড
|
https://assam.nenow.in/%e0%a6%ac%e0%a6%be%e0%a6%82%e0%a6%97%e0%a6%be%e0%a6%b2%e0%a7%81%e0%a7%b0%e0%a7%81-%e0%a6%8f%e0%a6%ab-%e0%a6%9a%e0%a6%bf%e0%a7%b0-%e0%a6%ac%e0%a6%bf%e0%a7%b0%e0%a7%81%e0%a6%a6%e0%a7%8d%e0%a6%a7/
|
20767
|
এখন টি-২০ মেচৰ দৰেই হৈ পৰিল আজি ৰাজনীতি আৰু ক্ৰিকেটৰ বহু মহা তাৰকাক সাক্ষী কৰি ভাৰতত অনুষ্ঠিত প্ৰথমখন দিবা-নৈশ টেষ্ট মেচ।
|
পিংক বল টে'ষ্ট মেচ টি-২০-ত পৰিণত; প্ৰথম ইনিংছ মাত্ৰ ৩০ অ'ভাৰহে খেলিব পাৰিলে বাংলাদেশে
|
https://assam.nenow.in/in-indias-first-ever-pink-ball-test-bangladesh-manages-to-collect-mere-106-runs-in-first-innings/
|
20768
|
বিশাখাপট্টনমঃ সন্তানৰ চকুৰ সন্মুখতে কামুক নৰপিশাচৰ কামনাৰ বলি হল হতভগীয়া মহিলা।
|
সন্তানৰ চকুৰ আগতে মাতৃক নিৰ্যাতন
|
https://www.newsnextone.com/mother-molested-in-front-of-child
|
20769
|
ডিজিটেল ডেস্কঃ মুম্বাইৰ জনবসতি প্ৰধান এলেকাত এখন এয়াৰক্ৰাফ্ট ভূপতিত হোৱাত ৫গৰাকী লোকৰ মৃত্যু হয়।
|
মুম্বাইত জনবহুল এলেকাত ভূপতিত ব্যক্তিগত এয়াৰক্ৰাফ্ট, ৫ জনৰ মৃত্যু
|
https://www.newsnextone.com/ive-dead-as-aircraft-crashes-in-mumbai-india
|
20770
|
শিৱসাগৰঃ শনিবাৰৰ পৰা এতিহ্যমণ্ডিত শিৱসাগৰত অনুষ্ঠিত হৈছে ১৬সংখ্যক সদৌ অসম মুকলি কুংফু আৰু কিক বক্সিং প্ৰতিযোগিতা৷ শনিবাৰে পতাকা উত্তোলন কৰে অধ্যাপক তথা বিশিষ্ট নিৱন্ধকাৰ ড০ সব্যসাচী মহন্তই।
|
শিৱসাগৰত মুকলি কিক বস্কিং প্ৰতিযোগিতা
|
https://www.newsnextone.com/kick-boxing-competition-sivsagar/#comments
|
20771
|
মঙলদৈঃ মঙলদৈৰ আউলাচৌকাত শনিবাৰে সংঘটিত হোৱা মোক্তাৰ আলী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে দৰং আৰক্ষীয়ে।
|
চাব্বাছ অসম আৰক্ষী! জালত পৰিল মোক্তাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত
|
https://www.newsnextone.com/assam-police-success-moktar-murderer-arrested
|
20772
|
চৰাইদেউ জিলাৰ অসম-নগালেণ্ডৰ সীমান্তৱৰ্তী নামতলাত আজি আৰক্ষী আৰু অবৈধ অস্ত্ৰ ব্যৱসায়ীৰ দল এটাৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ পাছত নিৰাপত্তা বাহিনীৰ দলে তিনিটা অস্ত্ৰ ব্যৱসায়ীক এটা বন্দুকসহ আটক কৰে।
|
সোণাৰিত বন্দুকসহ বন্দী তিনিটা অস্ত্ৰ ব্যৱসায়ী
|
https://janambhumi.in/VFdwRk1FMXFSVDA9/%E0%A6%B8%E0%A7%8B%E0%A6%A3%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%A4-%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%81%E0%A6%95%E0%A6%B8%E0%A6%B9-%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%80-%E0%A6%A4%E0%A6%BF%E0%A6%A8%E0%A6%BF%E0%A6%9F%E0%A6%BE-%E0%A6%85%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%B1%E0%A6%B8%E0%A6%BE%E0%A7%9F%E0%A7%80.html
|
20773
|
কোকৰাঝাৰঃ গুৱাহাটীৰ পৰা গান্ধীজীৰ জন্মস্থান পোৰবন্দৰলৈ এমাহজোৰা কাৰ্যসূচীৰে চলিবলগীয়া সৰ্বভাৰতীয় সম্প্ৰীতি যাত্ৰাৰ দলে আজি যাত্ৰাপথত লফিকুল ইছলাম আহমেদৰ পৰিয়ালক সাক্ষাৎ কৰে।
|
লাফিকুলৰ বাসগৃহত সৰ্বভাৰতীয় সম্প্ৰীতি যাত্ৰাৰ দল
|
https://www.newsnextone.com/print/5924
|
20774
|
ৰঙিয়াঃ ৰঙিয়াৰ চহৰৰ সমীপৰ বঙালীকুছিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনাত পথ দুৰ্ঘটনা সংঘটিত হৈ দুগৰাকী চাইকেল আৰোহী গুৰুতৰ বাৱে আহত হয়।
|
ৰঙিয়াৰ বঙালীকুছিত পথ দুৰ্ঘটনা, আহত ২ চাইকেল আৰোহী
|
https://www.newsnextone.com/rangia-bangalkuchi-accident-2-injured
|
20775
|
ডিজিটেল ডেস্ক, কেৰোলিনাঃ সমুদ্ৰৰ উপকূলত সোণৰ মুদ্ৰা !
|
সাগৰৰ বুকুত শ শ সোণৰ মুদ্ৰা
|
https://www.newsnextone.com/carolina_under_sea_gold/#comments
|
20776
|
গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰতো উলহ-মালহেৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস।
|
গোৰেশ্বৰত উলহ-মালহেৰে স্বাধীনতা দিৱস পালন
|
https://www.newsnextone.com/independence-day-goreswar/#comments
|
20777
|
ডিজিটেল ডেস্কঃ নিৰ্ভয়া কাণ্ডতকৈও লোমহৰ্ষক ধৰ্ষণৰ কাণ্ড পোহৰলৈ আহিছে হাৰিয়ানাৰ ৰোহটক জিলাত।
|
আন এক নিৰ্ভয়াঃ ধৰ্ষণেই নহয়, ডিঙি কাটি যুৱতীক হত্যা
|
https://www.newsnextone.com/another-nirbhaya-in-hariyana-rohtak-district-mutilated-body-discovered
|
20778
|
বৰগোহাঁই 04 / 2018 সদৌ অসম মটৰ পৰিবহণ সন্থাৰ ওচৰত অৱশেষত সেও মানিলে পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে।
|
ইন্ধনৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰা পৰিবহণমন্ত্ৰীৰ মন্তব্য- বাছ ভাড়া বৃদ্ধি যুক্তিসংগত
|
https://www.newsasn.com/node/2150
|
20779
|
আসন্ন নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে বিজেপি দলে ত্ৰিপুৰাত তেওঁলোকৰ নিৰ্বাচনী যুদ্ধ জোৰদাৰ কৰি তুলিছে।
|
নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাৰ বাওমৰ্চা চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ 'অভিযোগনামা
|
https://assam.nenow.in/%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%be%e0%a7%b0-%e0%a6%ac%e0%a6%be%e0%a6%93%e0%a6%81%e0%a6%ae%e0%a7%b0%e0%a7%8d%e0%a6%9a%e0%a6%be-%e0%a6%9a%e0%a7%b0%e0%a6%95%e0%a6%be/
|
20780
|
হোজাইঃ চিলাপথাৰ কাণ্ডৰ মূল অভিযুক্ত সুবোধ বিশ্বাস অসম মুলুক এৰি বাহিৰত নিৰাপদ আশ্ৰয় লৈছে বুলি প্ৰকাশ পোৱাৰ সময়তে গোটেই ঘটনাটোক নতুন ৰূপ দিয়াৰ বাবে ফৰ্মূলা উলিয়াইছে হোজাই সমষ্টিৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে।
|
এখন তালে নাবাজে, চিলাপথাৰক লৈ শিলাদিত্যৰ নতুন ফৰ্মূলা
|
https://www.newsnextone.com/mla-siladitya-in-puts-an-fishy-eye-on-silapathar-case/#comments
|
20781
|
জ এ.এছ.এন. প্ৰতিনিধি / 2018 চেঙাৰ পৰা সুৰজিৎ পাঠক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ চেঙা আৰু নলবাৰী জিলাৰ দৌলাশালত ছাত্ৰ সন্থাই পৃথকে পৃথকে আজি ছহিদ দিৱস পালন কৰে।
|
চেঙা-দৌলাশালত আছুৰ ছহিদ দিৱস পালন
|
https://www.newsasn.com/index.php/node/3621
|
20782
|
২০১৮' বৰ্ষৰ 'কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা' বিশিষ্ট শিক্ষাবিদ অধ্যাপক ড০ অমৰেশ দত্তলৈ আগবঢ়োৱা হৈছে।
|
অধ্যাপক ড০ অমৰেশ দত্তলৈ সন্মানীয় কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা
|
https://assam.nenow.in/prestigious-k-k-handiqui-award-to-professor-emeritus-dr-amaresh-datta/
|
20783
|
অসমত শুনানি অনুষ্ঠিত নকৰাকৈ যুটীয়া সংসদীয় কমিটীয়ে প্ৰতিবেদন দাখিল কৰিবলৈ চলোৱা কাৰচাজি কোনো কাৰণতে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিছে বাওঁ গণতান্ত্ৰিক মঞ্চই।
|
যুটীয়া সংসদীয় কমিটীৰ কাৰচাজি মানি লোৱা নহ'ব : বাওঁ গণতান্ত্ৰিক মঞ্চ
|
https://assam.nenow.in/%e0%a6%af%e0%a7%81%e0%a6%9f%e0%a7%80%e0%a7%9f%e0%a6%be-%e0%a6%b8%e0%a6%82%e0%a6%b8%e0%a6%a6%e0%a7%80%e0%a7%9f-%e0%a6%95%e0%a6%ae%e0%a6%bf%e0%a6%9f%e0%a7%80%e0%a7%b0-%e0%a6%95%e0%a6%be%e0%a7%b0/
|
20784
|
বাহকাবাৰীঃ অসম চৰকাৰৰ পশু চিকিৎসা বিভাগৰ জৰাবাৰী মৌজাৰ একমাত্র পশু চিকিৎসা আৰু প্ৰজনন কেন্দ্ৰটো বছৰ বছৰ ধৰি অব্যৱহৃত হৈ থকাৰ ফলত বৰ্তমান বাংলালৈ পৰিৱৰ্তিত হৈছে।
|
ভূত বাংলাত পৰিণত বগলাজান পশু চিকিৎসাকেন্দ্ৰ
|
https://www.newsnextone.com/pathetic-condition-of-veterinary-hospital-bahkabari
|
20785
|
ণাচল প্ৰদেশত নৱ নিৰ্মিত "ছিছেৰি দলং" মুকলি কৰে প্ৰতিৰক্ষা মন্ত্ৰীজনে গুৱাহাটী , 15, 2019 9:11 2 উত্তৰ-পূবৰ সীমান্ত অঞ্চলৰ আন্তঃগাঁথনিবোৰ উন্নত কৰিবলৈ আহ্বান জনাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা সৰ্বাধিক অগ্ৰাধিকাৰ পাব লগীয়া বিষয়।
|
উত্তৰ-পূবৰ সীমান্ত অঞ্চলৰ আন্তঃগাঁথনিবোৰ উন্নত কৰিবলৈ আহ্বান ৰাজনাথ সিঙৰ
|
https://assam.nenow.in/rajnath-singh-calls-for-upgrading-border-infrastructure-in-ne/
|
20786
|
বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনখনত উত্তৰ-পূবৰ প্ৰয়োজনত কিছু সালসলনি ঘটোৱা হ'ব পাৰে বুলি এটা ইংগিত দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।
|
নাগৰিকত্ব (সংশোধন) আইন পুনৰ সংশোধন কৰাৰ ইংগিত অমিত শ্বাহৰ
|
https://assam.nenow.in/changes-could-be-made-in-citizenship-act-provisions-hints-amit-shah/
|
20787
|
প্ৰতিকী ফটো, উত্সঃ ইণ্টাৰনেট ডিজিটেল ডেস্কঃ সোপাধৰাক লৈ ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত চলি থকা হিংসাত্মক কাৰ্যকলাপৰ মাজেত দেওবাৰে নিশাৰ ভাগত হাজাৰিবাগ ৰেলৱে ষ্টেশ্যনত দুটাকৈ বোমা বিস্ফোৰণ ঘটে৷ এই বিস্ফোৰণত এজন যুৱকৰ এখন হাত ছিগি যায়৷ গয়া আৰু ধনবাদ হৈ কলকাতা যোৱা ৰেল লাইনত এই বিস্ফোৰণ ঘটে৷ নিশাৰ ভাগত হোৱা এই বিস্ফোৰণত শব্দ শুনাৰ লগে লগে নিকটৱৰ্তী অঞ্চলবাসী আতংকিত হৈ পৰে৷ হাত ছিগা যুৱকজনৰ চিকিৎসা ধনবাদৰ স্থানীয় হস্পিতাল এখনত কৰি থকা হৈছে৷ বিস্ফোৰণৰ সামগ্ৰী এখন বেগত অনা হৈছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে সন্দেহ ব্যক্ত কৰিছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
হাজাৰিবাগত বোমা বিস্ফোৰণ, যুৱকে হেৰুৱালে হাত
|
https://www.newsnextone.com/twin-blast-at-hazaribag-railway-station
|
20788
|
কাজিৰঙাঃ গোলাঘাটত নীপকোৱে এৰি দিয়া পানীয়ে সৃষ্টি কৰা বান মাৰ নেযাওঁতেই পুনৰ এৰিলে পানী।
|
নীপকোৱে পুনৰ এৰিলে পানী, গোলাঘাটত বিভীষিকা
|
https://www.newsnextone.com/golaghat-flood/#comments
|
20789
|
ধনশিৰিঃ জন্মু-কাশ্মীৰত যোৱা ১৮ আৰু ১৯ ছেপ্তেম্বৰত যুগা চছাইটী অব্ কাশ্মীৰৰ উদ্যেগত অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃ ৰাজ্যিক যুগা স্পৰ্টছ চেম্পিয়ন শ্বিপ ২০১৭ৰ প্ৰতিযোগিতাত সাফল্য বুটলিবলৈ সক্ষম হৈছে ধনশিৰি মহকুমাৰ বৰপথাৰ, সৰুপথাৰৰ তিনি গৰাকী খেলুৱৈয়ে।
|
আন্তঃ ৰাজ্যিক যুগা স্পৰ্টছ চেম্পিয়নশ্বিপত ধনশিৰিৰ খেলুৱৈৰ সাফল্য
|
https://www.newsnextone.com/three-player-felicitation-for-wining-in-kasmir/#comments
|
20790
|
মুকালমুৱাঃ কিন কিনিয়া বৰষুণ দি থকাৰ বাবে তেও ঘৰৰ পৰা ওলাই আহিব পৰা নাছিল৷ শুকুৰবাৰে বজাৰলৈ আহি পাকঘৰৰ সা-সামগ্ৰী নিয়াৰ কথা আছিল৷ কিন্তু বতৰে বিধি-পথালি দিয়ে৷ শুকুৰবাৰে বজাৰলৈ অহা নহ'ল৷ পাকঘৰত নাছিল নিশাৰ সাজৰ বাবে যোগাৰ৷ পৰিয়ালৰ লোকৰ কথা মতে শনিবাৰে বিয়লি ওলাই আহিছিল বজাৰলৈ৷ বজাৰলৈ আহি বজাৰ-সামৰ কৰি চাইকেল খনত উঠি ঘৰলৈ গৈ আছিল৷ কিন্তু বিধিৰ বিপাক৷ বজাৰৰ পৰা কিছুদুৰ যোৱাৰ পিছতে পথৰ দাতিৰ গছ এডাল তেওৰ ওপৰতে বাগৰি পৰে৷ কিছু সময় পিছতে প্ৰাণ গ'ল তেওৰ৷ তেওৰ নাম পৰেশ বেজবৰুৱা।
|
মৃত্যু, পৰেশৰ বাবে ৰৈ আছিল এডাল গছ
|
https://www.newsnextone.com/paresh-bezbaruah-no-more/#comments
|
20791
|
লোকসভা নিৰ্বাচনত নতুন দিল্লী সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এজন অসমৰ যুৱকে।
|
প্ৰথমবাৰৰ বাবে অসমীয়া যুৱকে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নতুন দিল্লীত
|
https://assam.nenow.in/an-assamese-youth-contesting-ls-polls-from-new-delhi/
|
20792
|
মুছলপুৰঃ পৰিবেশ দিৱসৰ দিনা পৰিৱেশ ৰক্ষাৰ শপত লৈ আত্মসমৰ্পন কৰিলে বাক্সা জিলাৰ উত্তৰকুছিৰ চাৰিগৰাকী চোৰাং চিকাৰীয়ে।
|
পৰিৱেশ ৰক্ষাৰ শপত ল'লে চাৰি চোৰাংচিকাৰীয়ে
|
https://www.newsnextone.com/poachers-surrender-at-baxa/#comments
|
20793
|
কামপুৰঃ নগাওঁ জিলাৰ ৰহা সমষ্টিৰ পুঠিমাৰী দীঘলীডুবাৰ এখন দলঙে অঞ্চলটো ৪০ খন গাঁৱৰ ৰাইজক যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভোগাই আহিছে।
|
দুডাল লোহাৰ চিৰিৰে এখন দলং
|
https://www.newsnextone.com/breeze-in-dilapidated-condition
|
20794
|
গোৰেশ্বৰঃ গুৱাহাটী মহানগৰীৰ পৰা মাথো ৭০ কিঃ মিঃ নিলগৰ ঘৰ খনলৈ যোৱা ৩০ ঘণ্টা ধৰি এগৰাকী যুৱকে আহি নোপোৱাক হাহাকাৰ লাগিছে এটি পৰিয়ালত৷ বাক্সা জিলাৰ গোৰেশ্বৰৰ এজন যুৱকে গুৱাহাটী মহানগৰীত শ্ৰমিক হিচাপে কাম কৰি আছিল যদিও গুৱাহাটীৰ পৰা ঘৰলৈ যোৱাৰ পথতে যোৱা ৩০ ঘণ্টা ধৰি নিৰুদ্দেশ হৈ থাকে৷ গোৰেশ্বৰ থানা এলেকাৰ শিঙিমাৰী গাঁৱৰ প্ৰয়াত শৰৎ ৰাজবংশীৰ পুত্ৰ যদু ৰাজবংশীয়ে (২৮) ২০ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালে।
|
মা' মই ঘৰলৈ আহি আছো...যদু কলৈ গ'ল
|
https://www.newsnextone.com/print/12298
|
20795
|
মোৰাঝাৰঃ কোম্পানী মানে কেৱল ৰামঠগন।
|
জি সেৱাৰ নামত ভোডাফোনৰ ৰামঠগন
|
https://www.newsnextone.com/vodafone-morajhar-no-facility/#comments
|
20796
|
তেজপুৰঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ মুঠৰ ওপৰত কোনেও বাদ পৰা নাই৷ অসমৰ দল-সংগঠন, শিল্পী সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰী, ছাত্ৰ-ছাত্ৰী ৰাজ পথলৈ ওলাই আহিছে৷ যেন অসম আন্দোলনৰ সেই সময় চোৱাহে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহি গৰজি উঠিছে ৰাইজে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে তেজপুৰত শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ আহ্বানত প্ৰায় সহস্ৰাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে।
|
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তেজপুৰত সাংবাদিকৰ প্ৰতিবাদ
|
https://www.newsnextone.com/protest-against-amendment-bil-by-jouranalist-in-tezpur
|
20797
|
লখিমপুৰঃ ভাৰতীয় জনতা পাৰ্টি লখিমপুৰ জিলা অ বি চি মৰ্চাৰ সহযোগত আৰু তেলাহী মণ্ডল সমিতিৰ উদ্যোগত আজাদ তিনিআলিত স্বচ্ছ ভাৰত অভিযান চলাই আজাদ তিনিআলিৰ দোকান পোহাৰৰ সম্মুখত থকা জাৱৰ-জোথৰ ছাফা কৰি তিনিআলিৰ পৰিৱেশ উজ্বল কৰি তোলা হয়।
|
লখিমপুৰত স্বচ্ছ ভাৰত অভিযান
|
https://www.newsnextone.com/lakhimpur-swach-bharat-abhiyan/#comments
|
20798
|
কাজিৰঙা: অৱশেষত বোকাখাত অধিবক্তা সকলৰ এক দীৰ্ঘদিনীয়া স্বপ্ন বাস্তৱত পৰিণত হ'ল।
|
বোকাখাত উকীল সন্থাৰ "ৰেঙনি" উন্মোচন ৷
|
https://www.newsnextone.com/bukakhat_advocate%20_union%20_rengoni
|
20799
|
প্ৰতিকী ফটো ডিজিটেল ডেস্কঃ দিল্লীৰ দক্ষিণভাগত শনিবাৰে নিশা পশু সুৰক্ষা সংস্থা এটাৰ সদস্যই ম'হ কঢ়িয়াই নিয়া গাড়ী ৰখাই ৩ জন লোকক মাৰ-ধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
|
ৰাজধানী চহৰতে ম'হ কঢ়িওৱা ৩ জনক প্ৰহাৰ
|
https://www.newsnextone.com/print/1163
|
20800
|
নতুন দিল্লীঃ মঙলবাৰে পুৱতি নিশা ৩-৩০ বজাত ভাৰতীয় বায়ুসেনা বাহিনীয়ে পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলোৱাৰ খবৰ লাভ কৰাৰ লগে লগে এক মূহুৰ্তও পলম নকৰাকৈ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
|
ৰাহুলৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া... বায়ুসেনাৰ পাইলটলৈ ছেলুট
|
https://www.newsnextone.com/rahul-twite%3Dsalute-iaf-pilote
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.