id
stringlengths 1
5
| input
stringlengths 23
780
| target
stringlengths 21
203
| url
stringlengths 28
1.06k
|
---|---|---|---|
20801
|
বিহালীঃ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গৰাখহনীয়াত গৃহহীন লোকক পুনৰ সংস্থাপন আৰু ভূমি পট্টা প্ৰদানৰ দাবীত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।
|
নদীয়ে ভঙা লোকক পুনৰ সংস্থাপন-ভূমি পট্টা প্ৰদানৰ দাবী
|
https://www.newsnextone.com/print/17455
|
20802
|
ভাৰতীয় সেনা আৰু অসম আৰক্ষীয়ে ২৪ ফেব্ৰুৱাৰিৰ পৰা অভিযান চলাই উজনিত আলফা (স্বাধীন)ৰ সদস্যভৰ্তিৰ এক বৃহৎ চক্ৰ উৎখাত কৰিছে।
|
উজনিত আলফা (স্বাঃ)ৰ বৃহৎ সদস্যভৰ্তি চক্ৰ উৎখাত, নাবালকসহ আটক চাৰি কেডাৰ
|
https://assam.nenow.in/biggest-recruitment-racket-of-ulfai-busted-in-a-joint-operation/
|
20803
|
খেৰণিঃ কাৰ্বি আংলং জিলাৰ হাৱাইপুৰ ৰেল ষ্টেছনৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
|
কাৰ্বি আংলঙৰ হাৱাইপুৰত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ
|
https://www.newsnextone.com/dead-body-recovered-at-pachim-karbianglang-ass/#comments
|
20804
|
গুৱাহাটীঃ আপুনি যদি এখন চাৰিচকীয়া বাহন নতুনকৈ ক্ৰয় কৰিব বিচাৰিছে তেন্তে আপোনাৰ বাবে আছে এটি সুখবৰ।
|
গুৱাহাটীত মুকলি ডিজায়াৰ এলিউৰ
|
https://www.newsnextone.com/dzire-allure-in-guwahati
|
20805
|
ডিজিটেল ডেস্কঃ এতিয়া আৰু ফলি-কিতাপ লৈ বিদ্যালয়লৈ যোৱাৰ দিন নাই।
|
ক' মানৰ পৰাই হ'ব ডিজিটেল শিক্ষা
|
https://www.newsnextone.com/classes-to-go-digital-from-class-one-in-india
|
20806
|
ডিজিটেল ডেক্স,তেজপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলকৰণৰ দাবীত আজি শোণিতপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বালিপৰাত এক বিশাল জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে।
|
নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত বালিপৰাত কৃষক মুক্তিৰ বিশাল জোৰ সমদল
|
https://www.newsnextone.com/balipara-kmss/#comments
|
20807
|
ৰঙিয়াঃ ৰঙিয়া ৰেল ষ্টেছনত এটি পুৰুষৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ষ্টেছনৰ প্ৰতিক্ষালয়ৰ পিছফালৰ পথৰ দাতিত পৰি থকা অৱস্থাত পুৱাই মৃতদেহটো একাংশ লোকে প্ৰত্যক্ষ কৰে৷ পেন্ট, চুৱেটাৰ পৰিহিত মৃতদেহটোত কোনো ধৰণৰ আঘাতৰ চিন নাই বুলি জানিব পৰা গৈছে৷ যুৱকজনৰ বয়স আনুমানিক ৩০ বছৰ হ'ব।
|
ৰঙিয়াত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ
|
https://www.newsnextone.com/rangia-station-dead-body-recovered
|
20808
|
নগাঁওঃ নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত স্বচ্ছতা আৰু অনাময়ৰ ক্ষেত্ৰত এক সজাগতা বৃদ্ধিৰ বাবে 'স্বচ্ছ ৰথ সপ্তাহ' অনুষ্ঠিত হৈছে।
|
নগাঁৱত 'স্বচ্ছ ৰথ সপ্তাহ
|
https://www.newsnextone.com/swach-abhijan-nagaon
|
20809
|
কলিয়াবৰঃ বিশুদ্ধ খোৱাপানীৰ ব্যৱসায় কৰাৰ নামত মাধ্য অসমত বৰবিহ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে।
|
সাৱধান, কলিয়াবৰৰ লোহিতৰ পানীত থাকিব পাৰে শেলুৱৈ
|
https://www.newsnextone.com/lohit-pure-water-kliabar
|
20810
|
নলবাৰীঃ উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ।
|
নলবাৰীত উগ্ৰতাৰা মন্দিৰৰ চুৰি বিগ্ৰহ উদ্ধাৰ
|
https://www.newsnextone.com/nalbari-bigrah-panesar-ugratara
|
20811
|
ডিজিটেল ডেস্কঃ ভাৰতৰ বহুকেইখন ৰাজ্যত চৰকাৰে প্ৰকৃত ভাৰতীয় নাগৰিকক প্ৰদান কৰিছে আধাৰ কাৰ্ড।
|
হাতত ৬টা আঙুলি থাকিলে পাহৰি যাওক আধাৰ কাৰ্ডৰ কথা
|
https://www.newsnextone.com/print/11040
|
20812
|
গোৱালপাৰঃ গোৱালপাৰা জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী যুৱকে৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱানড' চেম্পিয়নছিপত গোৱালপাৰা চহৰৰ যুৱকজনে জিলিকি উঠে৷ সৰুৰে পৰা টাইকোৱানড' তথা সমৰ কলাৰ প্ৰতি আগ্ৰহী যুৱক ধীৰু নাথে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ উৰিষ্যাৰ কটকৰ জেএন ইনডৰ ষ্টেডিয়ামত ২৪ আৰু ২৫ জানুৱাৰীত অনুষ্ঠিত হোৱা ফাষ্ট নেছনেল অপেন পুমচে টাইকোৱানড'ত গোৱালপাৰাৰ ধীৰু নাথে ৰূপৰ পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ ধীৰু নাথৰ এই সাফল্যত জিলা খনৰ ক্ৰীড়া প্ৰেমীয়ে আদৰণী জনায়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
ধীৰু নাথে গৌৰৱ কঢ়িয়াই আনিলে গোৱালপাৰা জিলালৈ
|
https://www.newsnextone.com/sorts-good-news-
|
20813
|
ডিজিটেল ডেস্কঃ ৰোজাৰ সময়ত পানী খোৱাৰ বাবে মাদ্ৰাছাৰ ছাত্ৰই গুৰুলা-গুৰুলকৈ পিটিলে পাকিস্তানী সাংবাদিকক।
|
ৰমজানত পানী খোৱাৰ বাবে সাংবাদিকক প্ৰহাৰ
|
https://www.newsnextone.com/pak-journalists-thrashed-over-drinking-water-in-ramzan/#comments
|
20814
|
নগা ফ্ৰেমৱৰ্ক চুক্তি সন্দৰ্ভত উত্তৰ-পূবৰ জনসাধাৰণ, দল-সংগঠনৰ বহুদিনীয়া উৎকণ্ঠাৰ ওৰ পেলাই আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে চুক্তিখনৰ কিছু কথা ৰাজহুৱা কৰে।
|
নাগাসকলৰ মৌলিক ইতিহাসক স্বীকাৰ কেন্দ্ৰৰ; ভাৰতৰ ভিতৰতে থাকিব নাগাসকল 'বিশেষ' হৈ
|
https://assam.nenow.in/%e0%a6%a8%e0%a6%be%e0%a6%97%e0%a6%be-%e0%a6%ab%e0%a7%8d%e0%a7%b0%e0%a7%87%e0%a6%87%e0%a6%ae%e0%a7%b1%e0%a7%b0%e0%a7%8d%e0%a6%95-%e0%a6%8f%e0%a6%97%e0%a7%8d%e0%a7%b0%e0%a6%bf%e0%a6%ae%e0%a7%87%e0%a6%a3/
|
20815
|
গুৱাহাটঃ উত্তৰ পূৱৰ দুৱাৰ মুখ গুৱাহাটী মহানগৰীত উগ্ৰপন্থীয়ে ভয়াবহ আক্ৰমণৰ পৰিকল্পনা কৰা বুলি প্ৰচাৰ হোৱাৰ পিছৰে পৰা মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অসমৰ ৰাজধানী গুৱাহাটী মহানগৰীত অসম আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুযায়ী উগ্ৰপন্থীয়ে আক্ৰমণ সংঘটিত কৰিব পাৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ভয়াবহ কূটাঘাতৰ পৰিকল্পনা ৰচনা কৰিছে বাংলাদেশী সন্ত্ৰাসবাদী আৰু দুৰ্ধৰ্ষ কেডাৰে।
|
গুৱাহাটী মহানগৰীত উগ্ৰপন্থীৰ আক্ৰমণৰ পৰিকল্পনা, চিন্তিত নাগৰিক
|
https://www.newsnextone.com/guwahati-attack-nscnim-bangaldeshi-terrorist/#comments
|
20816
|
সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে।
|
নগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জনগোষ্ঠীয় সংগঠনৰ ধৰ্মঘট
|
https://assam.nenow.in/%e0%a6%a8%e0%a6%97%e0%a6%be%e0%a6%81%e0%a7%b1%e0%a6%a4-%e0%a6%a8%e0%a6%be%e0%a6%97%e0%a7%b0%e0%a6%bf%e0%a6%95%e0%a6%a4%e0%a7%8d%e0%a6%ac-%e0%a6%b8%e0%a6%82%e0%a6%b6%e0%a7%8b%e0%a6%a7%e0%a6%a8-3/
|
20817
|
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ বৃহস্পতিবাৰে নিশা নলবাৰী জিলাৰ মুকালমুৱাৰ জ্যেষ্ঠ সংবাদিক, সদৌ অসম সাংবাদিক সন্থাৰ উপ-সভাপতি তথা 'দৈনিক অসম' কাকতৰ স্থানীয় সংবাদদাতা ৰাজেন ডেকাক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে দুপৰীয়া নলবাৰী নাট্য মন্দিৰ প্ৰাংগণত নলবাৰী জিলা সাংবাদিক সন্থাৰ উদ্যোগত নলবাৰী জিলা প্ৰেছ ক্লাব, নলবাৰী প্ৰেছ ক্লাব, আপকু নলবাৰী জিলা সমিতি, নলবাৰী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতি, সচেতন নাগৰিকৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক উপযুক্ত শাস্তি বিহিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়।
|
সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদ নলবাৰীৰ দল-সংগঠন
|
https://www.newsnextone.com/bornarddi-protest-journalist1
|
20818
|
ং কৃষ্টি প্ৰিয়া গগৈ 02 / 2019 আগন্তুক লোকসভা নিৰ্বাচনক লৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু কামৰূপ (ম) জিলা নিৰ্বাচনী বিষয়াই আজি আৱৰ্ত ভৱনত এখনি সংবাদমেলৰ আয়োজন কৰে।
|
এইবাৰ লোকসভা নিৰ্বাচনত সৰুসজাই ষ্টেডিয়ামত নহয় ষ্ট্ৰং ৰুম
|
https://www.newsasn.com/node/5395
|
20819
|
ডিজিটেল ডেস্কঃ সুযোগ পালেই ফ্ৰণ্ট কেমেৰা অন কৰি বাটে-ঘাটে ছেলফি লোৱাটো যদি আপোনাৰ স্বভাৱ, তেন্তে এই স্বভাৱ এৰিবৰ হ'ল।
|
ছেলফিৰ ছখ থকাবোৰৰ বাবে দুঃখবৰ
|
https://www.newsnextone.com/selfi-will-cost-you-at/#comments
|
20820
|
জাজৰিঃ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ৫১টা পঞ্জীয়নভূক্ত গাঁওৰক্ষী বাহিনীৰ সভাপতি-সম্পাদকৰ উপস্থিতিত জাজৰি থানাস্থিত গাঁওৰক্ষী বাহিনীৰ সভাগৃহত আগন্তুক দুৰ্গোৎসৱত জাজৰি থানা এলেকাত সম্পূৰ্ন শান্তিপূৰ্ন ভাবে পালনৰ আহ্বান জনাই এখন গুৰুত্বপূৰ্ন সভা অনুষ্ঠিত কৰে।
|
শাৰদীয় দুৰ্গোৎসৱত শান্তি-সম্প্ৰীতিৰ আশাৰে গাঁওৰক্ষী বাহিনীৰ সভা
|
https://www.newsnextone.com/meeting-by-village-guard-jajori/#comments
|
20821
|
বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত দলীয় টিকট দিয়াৰ বিনিময়ত কংগ্ৰেছ কৰ্মীৰ পৰা বৃহৎ পৰিমানৰ ধনৰ লেনদেন কৰা, নিৰ্বাচনত বেয়াকৈ মুখথেকেচা খোৱাৰ পাছত কংগ্ৰেছ কৰ্মীসকলে সভাপতিগৰাকীৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰাত সভাপতিগৰাকীয়ে একাংশ কংগ্ৰেছ কৰ্মীক দল বিৰোধী কাৰ্যত লিপ্ত হোৱা বুলি দলৰ পৰা বহিস্কৃত কৰা প্ৰসংগত আজিও বিশ্বনাথৰ ৰাজীৱ ভৱনত শতাধিক কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
|
খহনীয়াৰ কবলত বিশ্বনাথ কংগ্ৰেছ! তৃণমূল কৰ্মীৰ প্ৰতিবাদত আজিও উত্তাল হ'ল ৰাজীৱ ভৱন
|
https://assam.nenow.in/biswanath-congress-workers-demanded-immediate-dismissal-of-district-president/
|
20822
|
অসম চৰকাৰে স্নাতকোত্তৰ শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ যি সিদ্ধান্ত লৈছে তাৰ প্ৰতিবাদত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই আজি কোকৰাঝাৰত মাৰ্চেণ্ট কালিবাৰীত এক প্ৰতিবাদী সভা তথা সংবাদমেল অনুষ্ঠিত কৰে।
|
সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই অহা ২০, ২১, ২২ আৰু ২৩ ডিচেম্বৰত বন্ধ ৰাখিব গ্ৰন্থ বিপণি
|
https://assam.nenow.in/%e0%a6%b8%e0%a6%a6%e0%a7%8c-%e0%a6%85%e0%a6%b8%e0%a6%ae-%e0%a6%aa%e0%a7%81%e0%a6%a5%e0%a6%bf-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%95%e0%a6%be%e0%a6%b6%e0%a6%95-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%ac/
|
20823
|
তেজপুৰঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ চি ভি ৰমন হোষ্টেলত উদ্ধাৰ কৰা হৈছে এজন ছাত্ৰৰ ৰহস্যজনক মৃতদেহ৷ উদ্ধাৰ হোৱা মৃতদেহটো গৱেষক ছাত্ৰ কংকন কলিতাৰ বুলি চিনাক্ত কৰা হৈছ৷ কংকনৰ ঘৰ যোৰহাটৰ গড়মূৰত৷ কোকৰাঝাৰ প্ৰৱক্তা কংকনে তেজপুৰ বিশ্ববিদ্যালয়ত জুলাই মাহত নামভৰ্তি কৰিছিল বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
তেজপুৰ বিশ্ববিদ্যালয় হোষ্টেলত উদ্ধাৰ ছাত্ৰৰ ৰহস্যজনক মৃতদেহ
|
https://www.newsnextone.com/tezpur-university-hostel-student-cryptical-dead-body-rescue/#comments
|
20824
|
জয়সাগৰঃ ৩০০ কোটিৰ কেলেংকাৰিৰ তদন্তৰ দাবী উত্থাপন কৰি আজি কেইবাশতাধিক লোকে কপালে শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদ৷ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু ভূমি অধিগ্ৰহণৰ নামত শিৱসাগৰ জিলাত ৩০০ কোটিৰো অধিক টকাৰ কেলেংকাৰীৰ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ ৰাইজ আজি ওলাই আহে ৰাজপথলৈ৷ ৰাইজে কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী উত্থাপন কৰি শিৱসাগৰ জিলাৰ যৌথ সংগ্ৰামী মঞ্চৰ নেতৃত্বত ওলাই আহি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সমবেত হয়৷ চৰকাৰ বিৰোধি বিভিন্ন শ্ল'গানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে।
|
৩০০ কোটিৰ কেলেংকাৰি, শিৱসাগৰত প্ৰতিবাদ
|
https://www.newsnextone.com/print/4381
|
20825
|
আজাৰাঃ পলাশবাৰীৰ উপৰহালী চকত আজি সন্ধিয়া ঐক্য সেনা, অসমৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ লগতে ছাত্ৰ ঐক্য সেনা অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোক্তা প্ৰয়াত সাংবাদিক ৰাধিকা মোহন ভাগৱতীৰ মৃত্যুত শোক প্ৰকাশ কৰি এটি শ্ৰদ্বাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
|
পলাশবাৰীত ঐক্য সেনাৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান
|
https://www.newsnextone.com/srqaddhanjali-by-aikya-sena-palashbari/#comments
|
20826
|
ডিজিটেল ডেস্কঃ কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে সেনা৷ আজি ৰাজ্যখনত সেনাৰ গুলীত নিহত হয় সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ কমাণ্ডাৰ সবজাৰ আহমেদ ভাট।
|
সেনাৰ বৃহৎ সাফল্য, নিহত বুৰহানৰ উত্তৰাধিকাৰী
|
https://www.newsnextone.com/terrorist-killed-in-kashmir/#comments
|
20827
|
ৰঙিয়াঃ ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সন্থাৰ খেল পথাৰত অনুষ্ঠিত স্কুল ক্ৰিকেট টুৰ্ণামেন্টত শংকৰদেৱ বিদ্যালয়ে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।
|
ৰঙিয়া স্কুল ক্ৰিকেটত জয়ী শংকৰদেৱ বিদ্যালয়
|
https://www.newsnextone.com/rangia-school-cricket-ssn-won/#comments
|
20828
|
জ্যোতি ভুঞা 06 / 2018 বিশেষভাৱে সক্ষম লোকসকলে গণতান্ত্ৰিক আন্দোলন কৰিব গৈ শুকুৰবাৰে দিছপুৰ লাষ্টগে'টত আৰক্ষীৰ যি বৰ্বৰতাৰ সন্মুখীন তাক গৰিহণা দিছে সদৌ অসম দৃষ্টিহীন উন্নয়ন পৰিষদ আৰু কামপুৰ আঞ্চলিক বিকলাংগ সন্থাই।
|
আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে কামপুৰত দৃষ্টিহীন উন্নয়ন পৰিষদৰ সংবাদমেল
|
https://www.newsasn.com/node/2254
|
20829
|
ৰঙিয়াঃ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ শংকাত ভুগিছে ৰঙিয়াবাসী৷ সেনা-জোৱান তথা মটৰ চাইকেলৰ ডিলাৰৰ টকা বেংকৰ পৰা লুটি নিয়াৰ পাছত এইবাৰ মহিলা ব্যৱসায়ীপৰা লুটি নিলে নগদ ধন নথি-পত্ৰ।
|
মহিলা ব্যৱসায়ীৰ পৰা লুটিলে ত্ৰিশ হাজাৰ
|
https://www.newsnextone.com/print/2806
|
20830
|
নতুন দিল্লীঃ ক্ৰিকেটৰ ভগৱানৰ লগতে সকলোৰে অন্তৰ জয় কৰা শচীন তেণ্ডুলকাৰক আন এক সন্মানেৰে সন্মানিত কৰিছে আই চি চিয়ে।
|
হল অব ফেম'ৰে সন্মানিত ভাৰতীয় মাষ্টাৰ-ব্লাষ্টাৰ ক্ৰিকেটৰ শচীন তেণ্ডুলকাৰক
|
https://www.newsnextone.com/sachin-tendulka-icc-hall-of-fame1
|
20831
|
কাজিৰঙাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিয়ন্ত্ৰনলৈ অহা নাই বান পৰিস্থিতি৷ এটুপি পানী, এমুঠি ভাতৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে কাজিৰঙাৰ মিহিমুখত ঘটিল অঘটন৷ নিজৰ বানত বুৰ যোৱা ঘৰখন চাবলৈ আহি অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এজন লোকে৷ বানে বিধস্ত কাজিৰঙাৰ ৰঙাজান বান শিৱিৰত পৰিয়ালৰ স'তে আশ্ৰয় লৈ থকা গোৱৰ্দ্ধন গোৱালা নামৰ লোকজেন শুকুৰবাৰে বিয়লি বানে ধোৱা নিজৰ মৰমৰ ঘৰখন চাবলৈ আহিছিল৷ আৰু তাৰ পিছতেই নিয়তিৰ বানত সন্ধানহীন হৈ পৰে ৪৫ বছৰীয়া লোকজন৷ ৰাইজ, বনবিভাগ আৰু আৰক্ষীৰ অনুসন্ধানৰ অন্তত আজি পুৱা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
কাজিৰঙাৰ বানত মৃত্যু এজনৰ
|
https://www.newsnextone.com/one-died-in-flood-kaziranga/#comments
|
20832
|
৩১ ডিচেম্ববৰৰ নিশা বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বৰপেটা জিলা প্ৰশাসনকো তৎপৰ হৈ পৰা দেখা গৈছে।
|
এন আৰ চিৰ প্ৰথম খচৰাত বৰপেটাৰ ৩৮% লোকৰ লোকৰ নাম অন্তৰ্ভুক্ত
|
https://assam.nenow.in/%e0%a6%8f%e0%a6%a8-%e0%a6%86%e0%a7%b0-%e0%a6%9a%e0%a6%bf%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a5%e0%a6%ae-%e0%a6%96%e0%a6%9a%e0%a7%b0%e0%a6%be%e0%a6%a4-%e0%a6%ac%e0%a7%b0%e0%a6%aa%e0%a7%87/
|
20833
|
৮ জানুৱাৰি মঙলবাৰে বিজেপিৰ জিলা সমিতিয়ে কিছু সংখ্যক বন্ধ সমৰ্থকে তেওঁলোকৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ বিৰুদ্ধে ডিব্ৰুগড় থানাত এজাহাৰ দিছে।
|
দলীয় কাৰ্যালয় লণ্ডভণ্ড কৰা বন্ধ সমমৰ্থকৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিব্ৰুগড় জিলা বিজেপিৰ
|
https://assam.nenow.in/dibrugarh-bjp-has-filed-an-fir-against-vandalism-at-party-office/
|
20834
|
য়ুনাইটেড ফ'ৰাম অব বেংক য়ুনিয়নছ, চমুকৈ য়ু এফ বি য়ু-এ শুকুৰবাৰৰ পৰা দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব।
|
কাইলৈৰ পৰা দুদিনৰ বাবে স্তব্ধ হৈ পৰিব ATMৰ লগতে বেংকৰ সকলো কাম-কাজ
|
https://assam.nenow.in/bank-strike-from-tomorrow-services-at-branches-atms-could-be-hit-for-2-days/
|
20835
|
দিল্লীৰ নিৰ্বাচনৰ ফল সম্পৰ্কীয় একাধিক হেছটেগ (টপিক) আজি টুইটাৰৰ ভাৰতীয় ট্ৰেণ্ডৰ শীৰ্ষত দেখা গৈছে।
|
টুইটাৰ ট্ৰেণ্ডৰ শীৰ্ষত দিল্লীৰ নিৰ্বাচনৰ ফল সম্পৰ্কীয় একাধিক হেছটেগ
|
https://assam.nenow.in/delhi-election-result-seen-as-top-hashtag-trend/
|
20836
|
ছিপাঝাৰঃ প্ৰব্ৰজন বিৰোধী ঐক্য মঞ্চই আজি ছিপাঝাৰৰ নাৰিকলিত বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ২ঘন্টা ধৰি অৱৰোধ কৰে।
|
ছিপাঝাৰত বেদখলকাৰীক উচ্ছেদৰ দাবীত পথ অৱৰোধ
|
https://www.newsnextone.com/protest-at-sipajhar-demanding-eviction/#comments
|
20837
|
দীপেন বৰা, লখিমপুৰ লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত আজি ইউ পি এচ চি আৰু এ পি এচ চি পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কীয় এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।
|
লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বক্তৃতানুষ্ঠান
|
https://janambhumi.in/VGtSSmVVMXFaejA9/en/VGtSSmVVMXFaejA9/%E0%A6%B2%E0%A6%96%E0%A6%BF%E0%A6%AE%E0%A6%AA%E0%A7%81%E0%A7%B0-%E0%A6%A4%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A6%B9%E0%A7%80-%E0%A6%95%E0%A6%AE%E0%A6%B2%E0%A6%BE%E0%A6%AC%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A7%9F%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A6%95-%E0%A6%AA%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A7%83%E0%A6%A4%E0%A6%BE%E0%A6%A8%E0%A7%81%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE%E0%A6%A8.html.html
|
20838
|
ডিজিটেল ডেস্কঃ চিবিএচছি-ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এক সু-খবৰ৷ পুনৰ অনুষ্ঠিত হ'ব দশম আৰু দ্বাদশ শ্ৰেণীৰ ফাদিল হোৱা প্ৰশ্নকাকতৰ পৰীক্ষা৷ বুধবাৰে চি বি এচ ছিয়ে দুখন কাকতৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে৷ দশম শ্ৰেণীৰ গণিত আৰু দ্বাদশ শ্ৰেণীৰ অৰ্থবিজ্ঞান কাকতৰ পৰীক্ষাৰ দিন বৰ্তমানলৈ ঘোষিত হোৱা নাই৷ এক সপ্তাহৰ ভিতৰতে ৱেৱচাইটৰ জৰিয়তে ঘোষণা কৰাৰ কথা জানিবলৈ দিয়ে চিবিএচছিয়ে৷ উল্লেখ্য যে চিবিএচছি-ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ প্ৰচাৰ হৈছিল ছচিয়েল মিডিয়াত।
|
চিবিএচছি-ৰ ফাদিল হোৱা প্ৰশ্নকাকতৰ পুনৰ অনুষ্ঠিত হ'ব পৰীক্ষা
|
https://www.newsnextone.com/cbse-decides-to-re-conduct-board-examination-ind
|
20839
|
শিৱসাগৰঃ শিৱসাগৰ জিলাত দিনক দিনে বৃদ্ধি পাইছে বোৱাৰী হত্যা, নিৰ্যাতন আদিৰ দৰে ঘটনা৷ তাৰ মাজতেই শিৱসাগৰৰ কমাৰফদিয়াৰ সমীপৰ শালমাৰীয়া গাঁওৰ এগৰাকী মহিলা নিজৰ ১ বছৰীয়া সন্তান সহ বিগত কেইবাদিনো ধৰি নিৰুদ্দেশ হৈ থকা ঘটনা পোহৰলৈ আহিছে৷ শালমৰীয়া গাঁৱৰ হিৰণ্য দাস নামৰ ব্যক্তিজনৰ দ্বিতীয় পত্নী বিউটি দাস যোৱা ১৪ ছেপ্টেম্বৰৰ পৰা ৰহস্য জনক ভাবে নিৰুদ্দেশ হৈ আছে।
|
শিৱসাগৰত মহিলাৰ নিৰুদ্দেশ
|
https://www.newsnextone.com/woman-missing-at-sivsagar/#comments
|
20840
|
জ এ.এছ.এন. প্ৰতিনিধি 30 / 2018 অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ উদ্যোগত আজি সন্ধিয়া মাজুলীৰ কমলাবাৰী চাৰিআলিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
|
মাজুলীত বিজেপি সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ
|
https://www.newsasn.com/node/1262
|
20841
|
ওদালগুৰিঃ ওদালগুৰি জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বাদাগাঁৱত ডাইনীৰ সন্দেহত সংঘটিত এক হত্যাকাণ্ডৰ বুধবাৰে ৰায়দান কৰে ওদালগুৰি অতিৰিক্ত জিলা আৰু সত্ৰন্যায়ধীশৰ আদালতে।
|
ডাইনীকাণ্ডত জড়িতৰ যাৱজীৱন কাৰাদণ্ড
|
https://www.newsnextone.com/odalguri-life-imprisonment
|
20842
|
উত্তৰ শালমাৰাঃ চোৰৰ চুৰি কৰা পদ্ধতি সলনি হ'ল৷ নিতৌ ন ন কৌশলত এতিয়া চোৰে চলায় চুৰি কাৰ্য৷ এইবাৰ চোৰৰ নতুন কৌশলত আতংকিত হ'বলগা হৈছে অসমৰ বিশেষ এখন ঠাইৰ স্থানীয় লোকসকল ৷ এই ঠাইখন হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপা।
|
স্প্ৰে চোৰে টোপনি হৰিছে যোগীঘোপাবাসীৰ
|
https://www.newsnextone.com/jogighopa-no-sleep-in-fear-of-thief/#comments
|
20843
|
শংকৰদেৱ কলাক্ষেত্ৰত 'জনসম্পৰ্কৰক্ষী বিষয়া'ৰ কোনো পদ নথকা সত্ত্বেও ক্ষমতাশালী সাংবাদিক বিশ্বজিৎ দাসৰ পত্নী হোৱা সূত্ৰেই এই 'নথকা পদটো'ৰ দৰমহা লৈ আছে বৰ্ণালী মিশ্ৰই।
|
এ পি এছ চি কেলেংকাৰি : সোণোৱালৰ তদন্তই ঢুকি নাপায় অভিযুক্ত কাকতৰ সম্পাদক-পত্নীক
|
https://assam.nenow.in/%e0%a6%8f-%e0%a6%aa%e0%a6%bf-%e0%a6%8f%e0%a6%9b-%e0%a6%9a%e0%a6%bf-%e0%a6%95%e0%a7%87%e0%a6%b2%e0%a7%87%e0%a6%82%e0%a6%95%e0%a6%be%e0%a7%b0%e0%a6%bf-%e0%a6%b8%e0%a7%8b%e0%a6%a3%e0%a7%8b%e0%a7%b1/
|
20844
|
উৰিয়ামঘাটঃ নগা দুৰ্বৃত্তই অসমীয়াৰ গৃহ জ্বলাই দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ চুঙাজানত৷ বুধবাৰে নিশা অসমীয়াৰ ঘৰত অগ্নি সংযোগ কৰে নগা দুৰ্বৃত্তই৷ এই কাণ্ড সংঘটিত কৰিছে চুঙাজানৰ ৰংপুৰ গাঁৱত৷ নগা দুৰ্বৃত্তই দলে বলে আহি জীৱন বৰা নামৰ এজন লোকৰ ঘৰ জ্বলাই দিয়াত আতংকিত হৈ পৰিছে সীমান্তৰ চুঙাজানবাসী।
|
অসমীয়াৰ ঘৰত নগাৰ অগ্নি সংযোগ, অসম-নগালেণ্ড সীমান্তৰ চুঙাজানত উত্তেজনা
|
https://www.newsnextone.com/naga-burn-assamese-home
|
20845
|
জাজৰিঃ সদ্য গঠিত সোনাইপৰীয়া শাখা কবি সন্মিলনৰ ব্যৱস্থাপনাত ২৪ ছেপ্টম্বৰত শাখাৰ অন্তৰ্গত চমুৱাগাঁও চাৰিআলিত "সোনাইপৰীয়া কাব্যকণ্ঠ" নামেৰে স্ব-ৰচিত কবিতা পাঠ অনুষ্ঠানৰ আয়োজন কৰিছে।
|
সোনাইপৰীয়া কাব্যকণ্ঠ অনুষ্ঠানৰ আয়োজন
|
https://www.newsnextone.com/poetry-event-in-sonaiporiya/#comments
|
20846
|
গুৱাহাটীঃ কাইলৈ মুক্তি লাভ কৰিব মানৱেন্দ্ৰ অধিকাৰীৰ প্ৰযোজনাত নিৰ্মিত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ 'অথেলো'।
|
ছবিঘৰলৈ অথেলো আহি আছে শুকুৰবাৰে
|
https://www.newsnextone.com/othelo-releases-tomorrow-guwahati-adaptation-of-Shakespeare-othello/#comments
|
20847
|
ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘেগেৰ আলগাত ৬ বছৰীয়া কিশোৰীৰ সলিল সমাধি হোৱাত অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰে।
|
গৌৰীপুৰত চৰকাৰী বিস্কুট আনিবলৈ গৈ শিশুৰ মৃত্যু
|
https://www.newsnextone.com/gauripur-one-died-little-girl-flood/#comments
|
20848
|
অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে শনিবাৰে সন্ধিয়া গোলাঘাটত জিলাখনৰ আইন শৃংখলা পৰিস্থিতিৰ বুজ লৈ আইন বলৱৎকাৰী সংস্থাসমূহক আন্ত:ৰাজ্যিক সীমান্ত সমস্যাকলৈ উদ্ভৱ হোৱা পৰিস্থিতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰীৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে।
|
চোৰাং চিকাৰ ৰোধত কঠোৰ হ'বলৈ সংশ্লিষ্ট সংস্থাসমূহক আহ্বান ৰাজ্যপালৰ
|
https://assam.nenow.in/%e0%a6%9a%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%82-%e0%a6%9a%e0%a6%bf%e0%a6%95%e0%a6%be%e0%a7%b0%e0%a7%b0-%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a7%87%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a6%a4-%e0%a6%b6/
|
20849
|
শিৱসাগৰঃ ঐতিহাসিক তলাতলঘৰ প্ৰাংগনত আজি অসম সন্মিলিত মহাসংঘই দশম প্ৰতিষ্ঠা দিৱস পালন কৰে।
|
তলাতল ঘৰ প্ৰাংগণত মহাসংঘৰ দশম প্ৰতিষ্ঠা দিৱস
|
https://www.newsnextone.com/assam-mahasangha-foundation-day
|
20850
|
চাবুৱাঃ এটি পথ৷ যোৱা ১৬ বছৰে মাটি এচপৰাও পৰা নাই পথটোত৷ কিন্তু যোৱা ০৭ জুলাইত অভিযন্তাই কথা দিলে ১০ দিনৰ ভিতৰত মেৰামতি কৰা হ'ব পথটো।
|
১০ দিনৰ মেজিক, ডিব্ৰুগড়ত পথ নিৰ্মাণৰ নামত ৰাইজক প্ৰৱঞ্চনা
|
https://www.newsnextone.com/print/5831
|
20851
|
নতুন দিল্লীঃ চুবুৰীয়া দেশ বাংলাদেশৰ সৈতে ২২ টাকৈ চুক্তিত স্বাক্ষৰ কৰিছে ভাৰতে।
|
বাংলাদেশক মোদীয়ে দিব ২৮ হাজাৰ কোটি, মোদী-হাছিনাৰ ২২ টা চুক্তি
|
https://www.newsnextone.com/sheikh-hashina-narendra-modi-signs-22-agreements-at-delhi-teesta-agreement-still-pending/#comments
|
20852
|
নগাঁওঃ নগাঁও চহৰৰ খুটিকটীয়া ৰেডিঅ' চেন্টাৰৰ সমীপত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।
|
নগাঁৱত নৃশংস হত্যাকাণ্ডঃ কুঠাৰেৰে ঘপিয়াই মহিলা শ্ৰমিকক হত্যা
|
https://assamtimespost.com/?p=11836
|
20853
|
তেজপুৰঃ ১৯৬০ চনত তেজপুৰৰ ডিপোটা বামুন চুবুৰিৰ কেইজনমান লোকৰ প্ৰচেষ্টা জন্ম হোৱা নৱজ্যোতি যুৱক সংঘ পুথিভঁৰাল বতমান ৫২ বছৰত ভৰি দিলে।
|
তেজপুৰৰ ডিপোটা বামুন চুবুৰিত নৱজ্যোতি সংঘ, পুথিভঁৰালৰ প্ৰতিষ্ঠা দিৱস
|
https://www.newsnextone.com/tezpur-foundation-day-19-4/#comments
|
20854
|
ওদালগুৰিঃ বুধবাৰে ওদালগুৰিত আয়কৰ বিভাগে এগৰাকী জলসিঞ্চন বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ ঘৰত অতৰ্কিতে অভিযান চলায়।
|
ওদালগুৰিত জলসিঞ্চন বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ ঘৰত আয়কৰ বিভাগৰ অভিযান
|
https://www.newsnextone.com/udalguri-cid-/#comments
|
20855
|
কোকৰাঝাৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা বিভিন্ন খেলিমেলিৰে অনুষ্ঠিত হোৱাৰ পিছত এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো অাৰম্ভ হৈছে খেলিমেলি।
|
বড়ো মাধ্যমৰ মাতৃভাষাৰ প্ৰশ্নকাকতত ভুল, এবছুৰ গৰিহনা
|
https://www.newsnextone.com/bodo-mil-paper-hs-btad
|
20856
|
ডিজিটেল ডেস্কঃ হাজাৰ হাজাৰ গো নিধন কৰা হৈছে৷ চৰকাৰী ধন খৰচ কৰি গৰু নিধন যজ্ঞ চলিছে নিউজিলেণ্ডত৷ নিৰুপায় চৰকাৰ কিম্বা প্ৰশাসন৷ গো-নিধন নহ'লে ৰক্ষা নাপায় মানুহো৷ কিন্তু কিয় কৰা হৈছে হাজাৰ হাজাৰ গৰু হত্যা?
|
নিউজিলেণ্ডত নিধন হৈছে হাজাৰ হাজাৰ গৰু, চৰকাৰী খৰচত গো-নিধন যজ্ঞ
|
https://www.newsnextone.com/new-zealand-to-kill-1-lakh-cows-to-eradicate-bacterial-disease/#comments
|
20857
|
ডিজিটেল ডেস্কঃ ১৯৫২ চনৰ জানুৱাৰী তথা ফেব্ৰুৱাৰী মাহ ভাৰতৰ বাবে এক ঐতিহাসিক দিন৷ স্বাধীন ভাৰতৰ প্ৰথমটো নিৰ্বাচন।
|
১০১ বছৰীয়া স্বামী ৯৬ বছৰীয়া পত্নীয়ে বিশেষ গাড়ীত আহি দিব ভোট, দেশৰ প্ৰথম ভোটাৰ হোৱাৰ সৌভাগ্য
|
https://www.newsnextone.com/indias-%20first-voter-special-treatment-himachal/#comments
|
20858
|
লোকসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ হৈ পৰাৰ সময়তে শনিবাৰে সন্ধিয়া শুৱালকুছিৰ এখন নিৰ্বাচনী সভাত প্ৰাক্তন আমোলা তথা কংগ্ৰেছ নেতা এম জি ভি কে ভানুৰ গালৈ অচিনাক্ত দুৰ্বৃত্তি শিলগুটি নিক্ষেপ কৰে।
|
শুৱালকুছিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভানুলৈ শিল নিক্ষেপ দুৰ্বৃত্তৰ
|
https://assam.nenow.in/stones-hurled-at-bhanu-at-sualkuchi-in-jalukbari/
|
20859
|
বিশ্বনাথ চাৰিআলিত সংঘটিত হয় এই কৰুণ ঘটনা৷ ১১০০০ ভল্টৰ তাঁৰত লাগি মৃত্যু হয় ৰবীন দাস নামৰ বিদ্যুত কৰ্মী গৰাকীৰ।
|
বিদ্যুত্স্পৃষ্ট হৈ মৃত্যু এজন বিদ্যুত্ কৰ্মীৰ
|
https://www.newsnextone.com/tezpur-sock-sucket
|
20860
|
চলিত চতুৰ্থ হিৰো ইণ্ডিয়ান ছুপাৰ লীগ(আই এছ এল) ফুটবল প্ৰতিযোগিতাৰ শুকুৰবাৰে বাংগালুৰুৰ শ্ৰী কান্তীৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা দ্বিতীয় লেগৰ খেলত ঘৰুৱা দল বাংগালুৰু এফ চিয়ে নৰ্থ-ইষ্ট ইউনাইটেডক ২-১গ'লত পৰাস্ত কৰে।
|
বাংগালুৰু এফ চিৰ হাতত ২-১ গ'লৰ ব্যৱধানত পৰাস্ত নৰ্থ-ইষ্ট ইউনাইটেড
|
https://assam.nenow.in/%e0%a7%a8-%e0%a7%a7-%e0%a6%97%e0%a6%b2%e0%a7%b0-%e0%a6%ac%e0%a7%8d%e0%a6%af%e0%a7%b1%e0%a6%a7%e0%a6%be%e0%a6%a8%e0%a6%a4-%e0%a6%aa%e0%a7%b0%e0%a6%be%e0%a6%b8%e0%a7%8d%e0%a6%a4-%e0%a6%a8%e0%a7%b0/
|
20861
|
অভয়াপুৰীঃ আজি এক গোপন সুত্ৰৰ ভিত্তিত যোগীঘোপা আৰক্ষীয়ে অভিযান চলাই ৩১নং(খ) ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ কটাশবাৰী গাঁওত জব্দ কৰে চোৰাং কাঠ কঢ়িওৱা এখন বলেৰ' পিকআপ ভান।
|
অভয়াপুৰীত চোৰাং কাঠ জব্দ
|
https://www.newsnextone.com/recover-illegel-wood-abhayapuri/#comments
|
20862
|
তেজপুৰঃ শোণিতপুৰৰ বালিপৰাৰ মানশিৰি দলং পথ দূৰ্ঘটনাত নিহত হয় এজন যুৱক৷ অচিনাক্ত বাহনে মটৰচাইকেলখন খুন্দিয়াই ঘটনাস্থলিৰপৰা পলায়ন কৰে৷ 12 9739 নম্বৰৰ মটৰ চাইকেল আৰোহীজনক বৰ্তমানলৈকে চিনাক্ত হোৱা নাই বুলি জানিব পৰা গৈছে৷ আনহাতে থিতাতে মৃত্যুক সাৱতি লয় যুৱকজনে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
পথ দুৰ্ঘটনাত নিহত অচিনাক্ত যুৱক
|
https://www.newsnextone.com/tezpur-bike-accident-rider-death/#comments
|
20863
|
খাৰুপেটীয়াঃ শাৰদীয় দূৰ্গোৎসৱলৈ হাতত মাথো কেইটিমান দিন বাকী।
|
খৰুপেটীয়াত দূৰ্গা পূজাৰ অভিনৱ প্ৰস্ততি
|
https://www.newsnextone.com/making-puja-idol-preparation-kharupetia/#comments
|
20864
|
তামুলপুৰঃ বৃহস্পতিবাৰে পুৱাই বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰিকাটা বগাজুলিৰ গণেশগুৰীত এটি বনৰীয়া হাতীৰ মৃতদেহ উদ্ধা হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
|
কুমাৰিকাটাত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ
|
https://www.newsnextone.com/elephant-body-recovered-at-kumarikata
|
20865
|
দুলীয়াজানঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত সমন্বয়, ভাতৃত্ব বোধ অধিক কটকটীয়া কৰাৰ লক্ষ্যৰে তৈল নগৰী দুলীয়াজানত অনুষ্ঠিত হ'ব উত্তৰ পূৰ্বাঞ্চল ভিত্তিত মেগা ফেষ্টিভেল৷ অহা ১৬-২৮ জানুৱাৰীলৈ নৰ্থ ইষ্ট ফেষ্টিভেল-২০১৮ দুলীয়াজানবাসীয়ে অনুষ্ঠিত কৰিব।
|
১৬-২৮ জানুৱাৰীত দুলীয়াজানত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ফেষ্টিভেল
|
https://www.newsnextone.com/north-east-festival-duliajan
|
20866
|
ত্ৰিপুৰাৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে নালন্দা বিশ্ববিদ্যালয়ৰ আৰ্হিত শিক্ষাৰ মান উন্নত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
|
গুণগত মানৰ বাবে নালন্দাৰ শিক্ষা পদ্ধতি অনুসৰণ কৰিবই লাগিব : বিপ্লৱ দেব
|
https://assam.nenow.in/%e0%a6%97%e0%a7%81%e0%a6%a3%e0%a6%97%e0%a6%a4-%e0%a6%ae%e0%a6%be%e0%a6%a8-%e0%a6%89%e0%a6%a8%e0%a7%8d%e0%a6%a8%e0%a6%a4-%e0%a6%95%e0%a7%b0%e0%a6%bf%e0%a6%ac%e0%a6%b2%e0%a7%88/
|
20867
|
নতুন দিল্লীঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিৰে মিত্ৰতা ভংগ কৰিলে অগপই।
|
মিত্ৰতা ভংগ... অৱশেষত জাতিৰ বাবে গাদী এৰিলে অগপই
|
https://www.newsnextone.com/print/17551
|
20868
|
বৰগোহাঁই 30 / 2018 উজান বজাৰৰ অ'ল্ড ৰে'লৱে' কল'নিত ৫০-৬০ বছৰে বসবাস কৰি অহা লোকসকললৈ যোৱা ১৯ নৱেম্বৰ তাৰিখে প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰি ১৫ দিনৰ ভিতৰত উক্ত স্থানত বসবাস কৰা লোকসকলক খালী কৰাৰ নিৰ্দেশ দিছিল।
|
উজান বজাৰৰ অ'ল্ড ৰে'লৱে' কল'নি উচ্ছেদৰ জাননীৰ বিৰুদ্ধে উপায়ুক্তক স্মাৰক-পত্ৰ
|
https://www.newsasn.com/node/3427
|
20869
|
চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পাছতো শিৱসাগৰ জিলাৰ গৌৰীসাগৰত মুকলিভাৱেই বিক্ৰী হৈ আছে বহিঃৰাজ্যৰ গামোচা।
|
বহিঃৰাজ্যৰ গামোচাৰ পয়োভৰ গৌৰীসাগৰত, নিৰ্বিকাৰ জিলা প্ৰশাসন
|
https://janambhumi.in/VFdwQmQwMTZXVDA9/%E0%A6%AC%E0%A6%B9%E0%A6%BF%E0%A6%83%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%97%E0%A6%BE%E0%A6%AE%E0%A7%8B%E0%A6%9A%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%9F%E0%A7%8B%E0%A6%AD%E0%A7%B0-%E0%A6%97%E0%A7%8C%E0%A7%B0%E0%A7%80%E0%A6%B8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%A4,-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%9C%E0%A6%BF%E0%A6%B2%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A6%A8.html
|
20870
|
কামপুৰঃ নৃশংস হত্যাকাণ্ডই কপাই গ'ল নগাঁও-কাৰ্বি আংলং সীমান্ত৷ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তবৰ্তী মাইচাম গাঁৱত মদৰ ৰাগিত মাতাল বিয়ৈয়ে চোকা অস্ত্ৰৰে বিয়ৈনীক আক্ৰমণ কৰাত মৃত্যু হোৱাৰ খবৰে অঞ্চলেটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মাইচাম গাঁৱৰ অৰ্জুন দাস নামৰ লোকজনে নিতৌ মদ্যপান কৰি ঘৰলৈ আহে পত্নীৰে কাজিয়াত লিপ্ত হয়৷ জানিব পৰা মতে, মঙলবাৰে নিশাও অৰ্জুন দাসে অত্যাধিক মদ্যপান কৰি ঘৰলৈ আহে৷ মদ্যপান কৰি আহি পত্নী সৈতে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হয়৷ পত্নীকৰ কোনো কথাই নুশুনি মাৰিবলৈ খেদি যাই অৰ্জুনে৷ হাতত দা' লৈ আক্ৰমণ কৰিবলৈ খেদি যায়৷ পত্নীয়ে প্ৰাণৰ ভয়ত পলাই বিয়ৈনী সৰস্বতী দাসৰ ঘৰত আশ্ৰয় লয়।
|
মাইচামত মাতাল অৰ্জুনৰ দাৰ ঘাপত প্ৰাণ গ'ল সৰস্বতীৰ
|
https://www.newsnextone.com/murder-attack-one-women-died-nagaon-/#comments
|
20871
|
্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ গৌতম নামৰ এল আই চি এজেন্ট এজনক চাৰিচকীযা বাহন ৰখাই গাড়ী লণ্ড-ভণ্ড কৰি ডকাইতে৷ কোনোমতে প্ৰাণ ৰক্ষা গৌতমৰ৷ ডকাইত কেইজনক ৰাইজে ধৰি উত্তম মাধ্যম শোধাই আৰক্ষীক খবৰ দিয়ে৷ এজেন্ট গৌতমৰ আৰক্ষী থানাত এজাহাৰ দাখিল৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
লাওখোৱাৰ শিঙিমাৰীত ডকাইতি
|
https://www.newsnextone.com/nagaon-docait
|
20872
|
নাগৰিকত্ব বিধেয়ক গৃহীতকৰণত বিফলতাই বিজেপিক ভীষণ অস্বস্তিত পেলালেও পুনৰ নৰেন্দ্ৰ মোদীয়েই হ'ব দেশৰ প্ৰধান মন্ত্ৰী!
|
পি এম ২.০: আকৌ আহিব নৰেন্দ্ৰ মোদী
|
https://assam.nenow.in/pm-2-0-return-of-modi-predicts-prashant-kishore/
|
20873
|
বঢ়মপুৰঃ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে আজিও সন্ত্ৰাস অব্যাহত ৰাখিছে ৰাজ্যত।
|
চামগুৰিত বনৰীয়া হাতীৰ জাকৰ সন্ত্ৰাস, গাড়ী নথকাৰ বাবে হাতী খেদিব নাহে বন বিভাগৰ লোকে
|
https://www.newsnextone.com/nagaon-samaguri-elephant-destroy-school/#comments
|
20874
|
ৰঙিয়াঃ ৰাজ্যৰ পূৰ্বৰ চৰকাৰখনে প্ৰতিটো সমষ্টিতে একোখনকৈ মডেল হাস্পতাল স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
|
ৰঙিয়াত মডেল হাস্পতালৰ নামত ভেকো-ভাওনা
|
https://www.newsnextone.com/rangia-model-hospital-yet-not-open/#comments
|
20875
|
জনমভূমি নিজা বাতৰি দিওঁতা চিমেন চিমেন চাপৰি , ১১ ডিচেম্বৰঃ অসমৰ প্ৰতিবাদী ৰাইজৰ আন্দোলনক নস্যাৎ কৰি জাতিধ্বংসী আৰু খিলঞ্জীয়া বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনলৈ ৰূপান্তৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে চলোৱা গণবিৰোধী প্ৰচেষ্টাৰ প্ৰতিবাদত আজিও চিমেন চাপৰিত ক্ষোভৰ জুই জ্বলে।
|
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চিমেন চাপৰি আছু, আটাছুৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
|
https://janambhumi.in/VFhwcmQwMTZTVDA9/en/VFhwcmQwMTZTVDA9/%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%A4%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A6%82%E0%A6%B6%E0%A7%8B%E0%A6%A7%E0%A6%A8%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A7%87%E0%A7%9F%E0%A6%95-%E0%A6%AC%E0%A6%BE%E0%A6%A4%E0%A6%BF%E0%A6%B2%E0%A7%B0-%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A7%80%E0%A6%A4---%E0%A6%9A%E0%A6%BF%E0%A6%AE%E0%A7%87%E0%A6%A8-%E0%A6%9A%E0%A6%BE%E0%A6%AA%E0%A7%B0%E0%A6%BF-%E0%A6%86%E0%A6%9B%E0%A7%81,-%E0%A6%86%E0%A6%9F%E0%A6%BE%E0%A6%9B%E0%A7%81%E0%A7%B0-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F-%E0%A6%98%E0%A6%BE%E0%A6%87%E0%A6%AA%E0%A6%A5-%E0%A6%85%E0%A7%B1%E0%A7%B0%E0%A7%8B%E0%A6%A7.html.html
|
20876
|
ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াৰ মৰাণজানাৰ এটি টায়াৰ কোম্পানীত বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ মৰাণজানৰ উদ্যোগিক পামৰ এটা টায়াৰ কোম্পানিত মেচিন বিস্ফোৰণ হোৱাৰ ফলত দুজনকৈ শ্ৰমিক অগ্নিদগ্ধ হয়৷ অগ্নিদগ্ধ শ্ৰমিক বাবুল আলী, চটশিলৰ মোমাৰক আলীক সংকটজনক অৱস্থাত ততাতৈয়াকৈ জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়।
|
ৰঙিয়াৰ মৰাণজানাৰ টায়াৰ কোম্পানীত বিস্ফোৰণ, অগ্নিদগ্ধ শ্ৰমিক
|
https://www.newsnextone.com/rangia-machine-blast/#comments
|
20877
|
ৰঙিয়াঃ বহিঃৰাজ্যৰ পৰা আহা ইৰাণী গ্ৰুপৰ সদস্যৰ সন্ত্ৰাসৰ বাবে ৰঙিয়াত বেংকৰ গ্ৰাহক সকল কম্পিত হৈ থকাৰ সময়তে আজি ৰঙিয়াত এজন ইৰাণী গ্ৰুপৰ সদস্য আটক হ'ব লগাত পৰে।
|
ৰঙিয়াত ষ্টেট বেংকৰ সম্মুখৰ পৰা ইৰাণী গ্ৰুপৰ প্ৰৱঞ্চকক কৰায়ত্ত
|
https://www.newsnextone.com/irani-group-member-arrested-at-rangia/#comments
|
20878
|
ওদালগুৰিঃ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত আক্ৰাছুৱে আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ ওদালগুৰি জিলাখনত সৰ্বাত্মকৰূপে পৰা দেখা যায়।
|
কমতাপুৰ ৰাজ্য-জনজাতিকৰণ, ওদালগুৰিত আক্ৰাছুৰ বন্ধৰ প্ৰভাৱ সৰ্বাত্মক, জনজীৱন ব্যাহত
|
https://www.newsnextone.com/print/14666
|
20879
|
ীৱ পাতিৰ 14 / 2019 অসম আন্দোলনৰ জাতীয় ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই আজি মাজুলী মহকুমা ছাত্ৰ সন্থাই বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে।
|
মাজুলীত আছুৰ বন্তি প্ৰজ্জ্বলন
|
https://www.newsasn.com/node/5054
|
20880
|
গৌতম তালুকদাৰ, শিলচৰ প্ৰত্যেক বছৰৰ দৰে এইবাৰো আজি ১৪ জুলাইত ৰথযাত্রা উপলক্ষে শিলচৰৰ ইছকন মন্দিৰত ব্যাপক কার্যসূচী গ্রহণ কৰা হৈছে৷ আজি বিয়লি তিনিমান বজাত ইছকন মন্দিৰৰ সম্মুখত সোণৰ ঝাৰুৰে পথ ঝাৰু দি সুসজ্জিত ৰথৰ যাত্ৰা মুকলি কৰে উপায়ুক্ত ডাঃ এছ লক্ষণানে।
|
শিলচৰত ইছকনৰ ৰথযাত্রাত বিশাল সমদল, আঠগৰাকী ৰুছ কৃষ্ণভক্তৰ অংশগ্ৰহণ
|
https://janambhumi.in/VFdwTmVVMVVRVDA9/%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A6%9A%E0%A7%B0%E0%A6%A4-%E0%A6%87%E0%A6%9B%E0%A6%95%E0%A6%A8%E0%A7%B0-%E0%A7%B0%E0%A6%A5%E0%A6%AF%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A6%BE%E0%A6%A4-%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A6%BE%E0%A6%B2-%E0%A6%B8%E0%A6%AE%E0%A6%A6%E0%A6%B2,-%E0%A6%86%E0%A6%A0%E0%A6%97%E0%A7%B0%E0%A6%BE%E0%A6%95%E0%A7%80-%E0%A7%B0%E0%A7%81%E0%A6%9B-%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A6%AD%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%85%E0%A6%82%E0%A6%B6%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A6%A3.html
|
20881
|
উত্পল বৰা, মাজুলী "যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণ পাঁচ বছৰৰ ভিতৰত কৰিম" বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ মাজুলীবাসীৰ সন্মুখত চিঞৰি চিঞৰি দিয়া প্ৰতিশ্ৰুতি আৰু পৰৱৰ্তী সময়ত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগত কেন্দ্ৰীয় পথ পৰিবহণ তথা ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে মাজুলীৰ দৰিয়াডুবিৰ পাৰত বাজেট প্ৰস্তাৱবিহীন তথা ডি পি আৰ-হীনভাৱে যোৰহাট- মাজুলী সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰাৰ কথা এতিয়া বহু পুৰণি হ'ল।
|
অসাৰ হ'ল যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতিঃ জোঁৰ সমদলেৰে উত্তাল মাজুলী
|
https://janambhumi.in/VFdwcmVFNTZUVDA9/%E0%A6%85%E0%A6%B8%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E2%80%99%E0%A6%B2-%E0%A6%AF%E0%A7%8B%E0%A7%B0%E0%A6%B9%E0%A6%BE%E0%A6%9F-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A7%80-%E0%A6%B8%E0%A6%82%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%80-%E0%A6%A6%E0%A6%B2%E0%A6%82-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A3%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%81%E0%A6%A4%E0%A6%BF%E0%A6%83-%E0%A6%9C%E0%A7%8B%E0%A6%81%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A6%A6%E0%A6%B2%E0%A7%87%E0%A7%B0%E0%A7%87-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%B2-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A7%80.html
|
20882
|
দুৰ্বিসহ অভিজ্ঞতাৰ কথা ক'বলৈ গৈ এইদৰে কয় মহিলাগৰাকীয়ে।
|
৬ বছৰত ৩০০০ বাৰ মোৰ দেহত পিকনিক কৰিছিল সি
|
https://www.newsnextone.com/story-of-a-woman-who-was-raped-3000-times-in-6-years
|
20883
|
কোকৰাঝাৰঃ ৰাজ্যত মদ, জুৱা, তীৰৰ অবাধ প্ৰচলন হৈ অহা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে৷ এটি অসাধু চক্ৰই আৰক্ষীক মেনেজ কৰি মদ, জুৱা, তীৰৰ অবাধ প্ৰচলন চলাই থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে কোকৰাঝাৰ আৰক্ষী সষ্টম হৈ পৰিছে জুৱাৰীৰ বিৰুদ্ধে৷ কোকৰাঝাৰ সদৰ চহৰকে ধৰি জিলা খনৰ বিভিন্ন অঞ্চলত দীৰ্ঘ দিন ধৰি অবৈধভাৱে নাগালেণ্ড লটাৰী আৰু তীৰ খেলৰ প্ৰচলন অব্যাহত থকাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই যোৱা পৰিলক্ষিত হৈছে৷ ২৪ ঘন্টা পূৰ্বে অভিযান চলাই কোকৰাঝাৰ আৰক্ষীয়ে তিনিজনকৈ তীৰখেলৰ টিকট বিক্ৰেতাক আটক কৰিবলৈ সক্ষম হৈছে।
|
কোকৰাঝাৰত নাগালেণ্ড, কেৰেলা, শ্বিলঙৰ তীৰ-লটাৰীৰ অবাধ প্ৰচলন, সষ্টম আৰক্ষী
|
https://www.newsnextone.com/police-action-against-gambler-india/#comments
|
20884
|
ডিজিটেল ডেস্কঃ উবেৰ কাৰত উঠিবলৈ এতিয়া ৪৯ টকা হ'লেই হ'ল।
|
উবেৰ পাছঃ ভাৰতত মুকলি আকৰ্ষণীয় প্লেন
|
https://www.newsnextone.com/uberpass-launched-in-india/#comments
|
20885
|
অৰুণাচল প্ৰদেশৰ নামচাই জিলাত যোৱা কেইবাদিনো ধৰি চলি থকা গোষ্ঠীগত সংঘাতৰ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত তাই খামতি আৰু চিংফৌ কাউন্সিলে ২৮ অক্টোবৰত এখন জৰুৰী বৈঠকৰ আহ্বান জনাইছে।
|
নামচাইত গোষ্ঠীগত সংঘাতৰ উত্তেজনা অব্যাহত; তাই খামতি চিংফৌ কাউন্সিলৰ বৈঠক আহ্বান
|
https://assam.nenow.in/tai-khampti-singpho-council-convens-an-emergency-meeting-on-28th-oct/
|
20886
|
বাইহাটা চাৰিআলিঃ শাৰদীয় দুৰ্গোৎসৱৰ সময়ত প্ৰতি বছৰে সংঘটিত হৈ অহা চুৰি কাৰ্যৰ অশুভ পৰাম্পৰাৰ পৰা এইবাৰো পৰিত্ৰাণ নাপালে কামৰূপী জিলাৰ বাইহাটা চাৰিআলি চ'কটোৱে।
|
বাইহাটা চাৰিআলিত দুৰ্গা পূজাৰ পৰম্পৰা অক্ষুন্ন ৰাখি চোৰৰ তাণ্ডৱ
|
https://www.newsnextone.com/thief-in-baihata/#comments
|
20887
|
পাথাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জোঁৰ সমদল কাকপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্র ৰাজ্যতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি জাতীধংসী এই বিধেয়কখনৰ তীব্ৰ সমালোচনাৰে কাকপথাৰত ৭০ টা সংগঠনে এক বৃহৎ জোঁৰ সমদলৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলে।
|
বিজেপি মুৰ্দাবাদ ধ্বনিৰে উত্তাল কাকপথাৰ, ৭০ সংগঠনৰ উদ্যোগত জোঁৰ সমদল
|
https://www.newsnextone.com/print/17021
|
20888
|
নামতিঃ দীপাৱলী গ'ল যদিও জুৱাৰ আদ্দা শেষ হোৱা নাই৷ মুকলিকৈ চলি আছে এই আড্ডা৷ শিৱসাগৰ জিলাৰ নাজিৰাৰ বিভিন্ন প্ৰান্তত দিপাৱলীৰ নামত অনুষ্ঠিত জুৱাৰ আড্ডা বৰ্তমানেও অব্যাহত আছে।
|
জুৱা খেলিব নেকি তেন্তে আহক শিৱসাগৰৰ নামতিলৈ
|
https://www.newsnextone.com/print/7947
|
20889
|
ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰক শপত নামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ জেদ প্লাছ নিৰাপত্তা বাহাল থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
|
বাহাল থাকিব তৰুণ গগৈৰ জেদ প্লাছ নিৰাপত্তা, কেন্দ্ৰক নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ
|
https://assam.nenow.in/former-assam-chief-minister-tarun-gogois-z-security-may-not-be-suspended/
|
20890
|
জ্যোতি প্ৰসাদ গগৈ, চেলেংহাট যোৰহাটৰ মৰিয়নী সমষ্টিৰ চেলেংহাটত আজি আদিবাসী ছাত্ৰ সংগঠন, চমুকৈ আছাই বিদ্যুত্ সংযোগৰ দাবীত ধোদৰ আলি অৱৰোধ কৰে।
|
২০ বছৰে অন্ধকাৰত ৰাইজঃ চেলেংহাটত ধোদৰ আলি অৱৰোধ
|
https://janambhumi.in/VFdwSk1VNVVXVDA9/en/VFdwSk1VNVVXVDA9/%E0%A7%A8%E0%A7%A6-%E0%A6%AC%E0%A6%9B%E0%A7%B0%E0%A7%87-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A7%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A6%83--%E0%A6%9A%E0%A7%87%E0%A6%B2%E0%A7%87%E0%A6%82%E0%A6%B9%E0%A6%BE%E0%A6%9F%E0%A6%A4-%E0%A6%A7%E0%A7%8B%E0%A6%A6%E0%A7%B0-%E0%A6%86%E0%A6%B2%E0%A6%BF-%E0%A6%85%E0%A7%B1%E0%A7%B0%E0%A7%8B%E0%A6%A7.html.html
|
20891
|
তেজপুৰঃ সাংবাদিক গৌৰি লংকেশ্বৰৰ হত্যকাণ্ডৰ প্ৰতিবাদত আজি শোনিতপুৰ জানেলিষ্ট ইউনিয়ন, তেজপুৰ সাংবাদিক সন্থা আৰু শোনিতপুৰ প্ৰেছ ক্লাৱৰ সদস্য সকলে তেজপুৰ চহৰত প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।
|
তেজপুৰত সাংবাদিকৰ প্ৰতিবাদ
|
https://www.newsnextone.com/protest-against-reporter-killed-rangia/#comments
|
20892
|
নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত চেপ্তেম্বৰ মাহত তিনিদিনীয়াকৈ অনুষ্ঠিত হব নৱম বাৰ্ষিক সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা।
|
নলবাৰীত সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা
|
https://www.newsnextone.com/drama-competition-nalbari
|
20893
|
পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনত কাজিৰঙাৰ বছাগাঁও নিবাসী তথা বোকাখাত চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া লক্ষী প্ৰসাদ বৰা (৫২) সোমবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।
|
কাজিৰঙাৰ চিকিৎসক লক্ষী প্ৰসাদ বৰাৰ অকাল মৃত্যু
|
https://www.newsnextone.com/kaziranga-lakhi-prashad-bara-dead/#comments
|
20894
|
বোকাজানঃ অৱশেষত মৰাণৰ পৰা অপহৰণ কৰা তুলসী প্ৰসাদ বেৰীয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষী৷ অসম-নগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত চিলনীজানত বৰপথাৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে তুলসী প্ৰসাদ বেৰীয়াক।
|
অসম-নাগালেণ্ড সীমান্তৰ চিলনীজানত তুলসী প্ৰসাদ বেৰীয়াক উদ্ধাৰ
|
https://www.newsnextone.com/recovered-tulsi-prasad-beriya/#comments
|
20895
|
আজিৰ পৰা আৰম্ভ হোৱা ২৫ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় মহিলা ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী খেলত ৰে'লৱে মিজোৰামক ৪-০ গলৰ ব্যৱধানত পৰাস্ত কৰে।
|
অসমৰ হাতত ৯-০ গ'লৰ বিশাল ব্যৱধানত পৰাস্ত অন্ধ্ৰপ্ৰদেশ
|
https://assam.nenow.in/assam-defeated-andhra-pradesh-in-25th-senior-national-womens-national-football-tournament/
|
20896
|
অসম বিধানসভাৰ নিয়োগ পৰ্যালোচনা সমিতিয়ে সকলোবোৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ৮০ শতাংশ স্থানীয় যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবে এক ৰাজ্যিক নীতি প্ৰস্তুত কৰাৰ পৰামৰ্শ আগবঢ়াইছে।
|
চাকৰিত ৮০ শতাংশ স্থানীয় যুৱক-যুৱতীক নিযুক্তিৰ পৰামৰ্শ সদন সমিতিৰ
|
https://assam.nenow.in/%e0%a6%85%e0%a6%b8%e0%a6%ae%e0%a6%a4-%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a6%b9%e0%a7%81%e0%a7%b1%e0%a6%be-%e0%a6%96%e0%a6%a3%e0%a7%8d%e0%a6%a1%e0%a7%b0-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a4%e0%a6%bf/
|
20897
|
জাজৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ হাতীচোং আঞ্চলিক ছাত্র সন্থা আৰু নগাঁও সদৰ আঞ্চলিক কৰ্মচৰী পৰিষদে শুকুৰবাৰে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত প্ৰেৰণাৰ দিন উদযাপন কৰে৷ জাতীয় শ্বহীদসকলৰ আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ সু-স্বাস্থ্য, নিৰাপত্তা কামনাৰে উৎসাহ জনাই প্ৰেৰণাৰ দিন উদযাপন জৰিয়তে।
|
জাজৰিত হাতীচোং আছুৰ উদ্যোগত প্ৰেৰণাৰ দিন উদযাপন
|
https://www.newsnextone.com/preeronar-day-celebrate-hatisong-aasu/#comments
|
20898
|
গুৱাহাটীঃ মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে কামাখ্যা মন্দিৰ দর্শন কৰিলে বটদ্ৰৱা সমষ্টিৰ বিধায়ীকা আঙুৰলতা ডেকা, ৰাজ্যপাল জগদীশ মুখী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ যোৱা তিনিদিন ধৰি কামাখ্যাৰ মূল দ্বাৰ বন্ধ থকাৰ বাবে পুৱাই বিধায়িকা আৰু মন্ত্ৰী উপস্থিত হয় মন্দিৰত৷ মন্দিৰ দর্শন কৰি বিধায়িকা গৰাকীয়ে কামাখ্যাৰ সাধক বাবা কালিদাসক সান্নিধ্য লাভ কৰে।
|
কামাখ্যা মন্দিৰ দৰ্শন কৰিলে বটদ্ৰৱাৰ বিধায়িকা, ৰাজ্যপাল তথা বিত্তমন্ত্ৰীয়ে
|
https://www.newsnextone.com/ghy-kamakhya-temple-visit-ministers
|
20899
|
পাথৰিঘাট: দেশৰে নহয়, বিশ্বৰে অন্যতম আগশাৰীৰ পৰমাণু গৱেষণা কেন্দ্ৰ ভাবা পৰমাণু গৱেষণা কেন্দ্ৰত গৱেষণাৰ সুযোগ লাভ কৰিছে মঙলদৈৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে।
|
ভাবা পৰমাণু কেন্দ্ৰলৈ আমন্ত্ৰিত মঙলদৈৰ দীপা
|
https://www.newsnextone.com/deepa-gets-chance-for-research-at-BARC/#comments
|
20900
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 বাহাৰঘাটৰ পৰা নৰেন শৰ্মা: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বৰভাগ আঞ্চলিক ছাত্র সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দেওবাৰে এটা চাইকেল ৰেলীৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
|
বৰভাগত 'কেব' বাতিলৰ দাবীত 'আছু'ৰ চাইকেল ৰেলী
|
https://www.newsasn.com/node/10421
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.